DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ অভিযানত দুজন দুৰ্ধৰ্ষ এন ডি এফ বি (এচ)ৰ কেডাৰ আটক

চাজিদ খান by চাজিদ খান
September 9, 2019 10:02 am
IMG-20190909-WA0000

ফটো : নৰ্থ-ইষ্ট নাও

528
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ অভিযানত ওদালগুৰি জিলাৰ ভাৰত-ভুটান সীমান্তৰ শান্তিপুৰ এলেকাৰ পৰা ৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এন ডি এফ বি (সংবিজিত পন্থী)ৰ দুজন কেডাৰ আটক হয়।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ভেৰাগাঁও মহকুমা আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হোৱা কেডাৰ দুজন ক্ৰমে এন ডি এফ বি (এচ)ৰ ফুংখা নাৰ্জাৰী(২৩) আৰু প্ৰসেন নাৰ্জাৰী(২৮) বুলি পৰিচয় লাভ কৰা গৈছে।

দুয়োজনৰে ঘৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পূব খৈৰাবাৰীত বুলি আৰক্ষী বিষয়া নিৰ্মল ঘোষে জানিবলৈ দিয়ে।

দুৰ্ধৰ্ষ কেডাৰ দুজনৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টল, এটা পইণ্ট ২২ পিষ্টল, ১০ জাঁই সক্ৰিয় গুলীৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে।

আটকাধীন সদস্য দুজনৰ পৰা অধিক তথ্যৰ বাবে আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা চলাই আছে।

Recent News

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

“খিলঞ্জীয়া মুছলমান” ঘোষণাৰ আঁৰত আছে বিজেপিৰ ৰাজনৈতিক অভিসন্ধি : দিলীপ শৰ্মা

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

Sangeet shree Prabhat Sarma award সঙ্গীতশ্ৰী প্ৰভাত শৰ্মা উদগনি বঁটা,২০২২ নুপুৰ জ্যোতি মেধিলৈ

bryophyllum

আপোনাৰ পদূলিৰ কাষতে থকা দুপৰ টেঙাৰ আছে অনেক ঔষধি গুণ: জানো আহক এনে ঔষধি গুণৰ বিষয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd