• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুক্তিবাদী আন্দোলনৰ নেতা ডাভোলকাৰৰ দুই হত্যাকাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড, ‘হিন্দুত্ববাদী’ অভিযুক্তক মুক্তি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2024 2:45 pm
490
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ যুক্তিবাদী আন্দোলনৰ অন্যতম নেতা নৰেন্দ্ৰ ডাভোলকৰ হত্যাকাণ্ডৰ গোচৰত পুনেৰ চিবিআইৰ বিশেষ আদালতে শাৰদ কলাস্কাৰ আৰু শচীন আন্দুৰেক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। কিন্তু প্ৰমাণৰ অভাৱত বীৰেন্দ্ৰ তাৱড়ে, অধিবক্তা সঞ্জীৱ পুনালেকাৰ আৰু বিক্ৰম ভাৱেক মুকলি কৰি দিয়া হয়।

পেছাত চিকিৎসক তথা অন্ধবিশ্বাস বিৰোধী, যুক্তিবাদী আন্দোলনৰ অন্যতম মুখ নৰেন্দ্ৰ ডাভোলকাৰক যোৱা ২০ আগষ্টত গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ আঁৰত হিন্দু উগ্ৰ লোক আছিল বুলি অভিযোগ উত্থাপন হৈছিল। চিবিআইৰ অভিযোগনামাত হিন্দুত্ববাদী নেতা বীৰেন্দ্ৰক হত্যাকাণ্ডৰ ‘মূল ষড়যন্ত্ৰকাৰী’ হিচাপে উল্লেখ কৰা হৈছিল। কিন্তু আদালতে কয় যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে।

এই গোচৰৰ মূল সাক্ষী কিৰণ কাম্বলে কয় যে পুনে পৌৰসভাৰ এজন চাফাই কৰ্মীয়ে আদালতত এই কাণ্ডৰ বৰ্ণনা কৰিছিল। তেওঁ কয় যে ডাভোলকৰ হত্যাৰ দিনা অৰ্থাৎ ২০ আগষ্টত তেওঁ কাম সম্পূৰ্ণ কৰি পথৰ দাঁতিত ডিভাইডাৰত জিৰণি লৈ আছিল। সেই সময়ত তেওঁ ফটকা ফুটাৰ দৰে শব্দ শুনে। তেওঁ দেখিলে যে দুজন মানুহে এজন ব্যক্তিৰ ওপৰত গুলীচালনা কৰিছে। ইয়াৰ পাছতে কিৰণ বহি থকা দিশে থানালৈ উঠি গৈ ৰাস্তাৰ কাষত ৰখাই থোৱা মটৰবাইকখন ষ্টাৰ্ট কৰি পলাই যায়।পাছত তেওঁ ডাভোলকাৰৰ হত্যাকাৰী দুজন শাৰদ আৰু শচীনকো চিনাক্ত কৰে।

Recent News

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd