DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমৰ দুজন সাহিত্যিকলৈ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 19, 2021 9:38 am
Sahitya Akademi Award
390
VIEWS
Share on FacebookShare on Twitter

১৮ ছেপ্টেম্বৰ,শনিবাৰে সাহিত্য অকাডেমীয়ে ২০২০ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমী বঁটা ঘোষণা কৰে।

অসমৰ দুজনকৈ  সাহিত্যিকে সাহিত্য অকাডেমী বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।

‘ভাৰতীয় সংস্কৃতিৰ ভিত্তি’ শীৰ্ষক অসমীয়া ভাষাত অনুদিত দিগন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থখনে এই বঁটা অৰ্জন কৰিছে।

শ্ৰী অৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত ‘দ্য ৰেনেচা ইন ইণ্ডিয়া এণ্ড আডাৰ এছেজ অৱ ইণ্ডিয়ান কালছাৰ’ শীৰ্ষক গ্ৰন্থখনৰ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শৰ্মাই।

আনহাতে বড়ো ভাষাত কামেশ্বৰ ব্ৰহ্মৰ অনুবাদ সাহিত্যই লাভ কৰিছে ২০২০ৰ সাহিত্য অকাডেমী অনুবাদ বঁটা।

ৰমিলা থাপাৰ ৰচিত ‘দ্য পেংগুইন হিষ্ট্ৰী অৱ আৰ্লি ইণ্ডিয়া’- ফ্ৰম দ্য অৰিজিনছ টু AD1300 শীৰ্ষক গ্ৰন্থখনৰ বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে কামেশ্বৰ ব্ৰহ্মলৈ  আগবঢ়োৱা হৈছে এই বঁটা।

উল্লেখযোগ্য যে, ছৈয়দ আব্দুল মালিক ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখন ‘ঘৰবায়ৰৌ’ নামেৰে ৰাজস্থানী ভাষালৈ অনুবাদ কৰা বাবে ঘনশ্যাম নাথ কচ্ছাৱাইয়ে সাহিত্য অকাডেমী অনুবাদ বঁটা লাভ কৰিছ।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd