DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি পাকিস্তানৰ কাৰাগাৰৰ পৰা স্বদেশলৈ উভতিব ২০ গৰাকী মাছমৰীয়া সহ অসমৰ সীমান্ত শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 5:47 pm
Indian Fisherman

পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়া কেইগৰাকী, উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

পাকিস্তানৰ জলসীমা উলংঘা কৰাৰ অভিযোগত বিগত এটা বছৰ পাকিস্তানত কাৰাবন্দী হৈ থকা ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক আজি পাকিস্তানে ভাৰতৰ হাতত অৰ্পন কৰিব।

পাকিস্তানৰ লাহোৰৰ মালিৰ জিলাস্থিত কাৰাগাৰত বন্দী হৈ থকা মাছমৰীয়া সকলৰ ভিতৰত অসমৰ সীমান্ত শইকীয়া নামৰ যুৱকজনো আছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ নিৰ্দেশ মৰ্মে ৫ জানুৱাৰীত সীমান্ত শইকীয়া সহ ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয়।

উল্লেখযোগ্য যে, ২০১৮ চনৰ ২৮ অক্টোবৰত গুজৰাটৰ এখন মাছৰীয়াৰ জাহাজে পাকিস্তানৰ জলস্তৰত অবৈধভাৱে অনুপ্ৰৱেশ কৰাৰ অভিযোগত পাকিস্তানী নৌ সেনা বাহিনীয়ে জাহাজখনৰ লগতে ২০ গৰাকী মাছমৰীয়াক আটক কৰিছিল।

পাকিস্তানী নৌ সেনাই আটক কৰাৰ মাছমৰীয়া সকলৰ ভিতৰত অসমৰ সীমান্ত শইকীয়াও আছিল।

বিগত এটা বছৰ পাকিস্তানৰ কাৰাগাৰত চৰম অনিশ্চয়তাৰ মাজেৰে সময় অতিক্ৰম কৰা সীমান্ত শইকীয়া ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা মুক্তিৰ বাবে কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত পাকিস্তানৰ পৰা স্বদেশৰ ভূমিলৈ উভতি আহিব।

পাকিস্তানত এবছৰৰ বাবে বন্দী হৈ থকা সীমান্ত শইকীয়াৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত।

Recent News

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

বঙাইগাঁৱত সেউজ মাণিকপুৰৰ উদ্যোগত ‘সোণালী বান্দৰ ৰক্ষা কৰক, ভৈৰৱচূড়া বচাওক ‘শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd