• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিকাশ ঘটিব জল পৰিবহনৰ ! নতুনকৈ ২০ খন জাহাজ ক্ৰয়ৰ প্ৰতিশ্ৰুতি পৰিবহন মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2021 6:42 pm
New Ships to Assam
222
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা নিমাতী ঘাট কাণ্ডৰ পিছত অৱশেষত গা লৰিছে পৰিবহন বিভাগৰ।

নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়াৰ পাছতহে যেন সাৰ পাইছে ৰাজ্য চৰকাৰে ।

নিমাতী কাণ্ডৰ পিছতে জল পৰিবহন খণ্ডটোৰ বিকাশৰ বাবে নিত্য নতুন ঘোষণা কৰিছে অসম চৰকাৰে।

আজি কলাক্ষেত্ৰত অনুষ্ঠিত এক বণিজ মেলাত উপস্থিত থাকি ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অসমলৈ নতুনকৈ ২০ খন জাহাজ ক্ৰয় কৰা হ’ব ঘোষণা কৰিছ।

মন্ত্ৰী গৰাকীৰ মতে ইতিমধ্যে তিনিখন জাহাজ মাজুলীলৈ প্ৰেৰণ কৰা হৈছে।

বৈঠকখনত মন্ত্ৰী পাটোৱাৰীয়ে অসমত নৌসেনা প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

উচ্চ প্ৰশিক্ষিত নাৱিকৰ দল অসমলৈ অনা হ’ব বুলিও মন্তব্য কৰে ৰাজ্যৰ পৰিবহন মন্ত্ৰীজনে। প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হোৱাৰ পিছতে নাৱিক সকলে জাহাজ চলাচল কৰিব পাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও চন্দ্ৰ মোহন পাটোৱাৰীয়ে গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পাছতে জল পৰিবহন ব্যৱস্থাটোৰ উন্নয়নৰ বাবে অনেক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও কাৰ্যক্ষেত্ৰত বুমেৰাং হৈছিল এই প্ৰতিশ্ৰুতিসমূহ।

গতিকে নতুনকৈ প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ফলপ্ৰসু হয় নে নহয় সেইয়া লক্ষণীয় হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd