• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ মে’ত অমিত শ্বাহৰ ভ্ৰমণৰ দিনা ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 15, 2018 12:40 pm
অখিল
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সেয়েহে আজি তৃতীয় দিনাও কৃষক নেতা অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মহানগৰীৰ উজান বজাৰ, লতাশিল, খাৰঘুলি, শিলপুখুৰী আদি অঞ্চলৰ ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে চিটি বাছ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী- বেচৰকাৰী কাৰ্যালয় আদিতো বিধেয়কখনৰ বিৰুদ্ধে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে সংগঠনটোৱে।

Apply Now

এই কাৰ্যসূচীৰ মাজতে অখিল গগৈয়ে কয়— ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰিলে অসমৰ জাতি নিঃশেষ হৈ যাব। অসমৰ ৰাইজে প্ৰতিবাদ নকৰিলে একো নাপায়’।

কৃষক নেতাগৰাকীয়ে লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বাবেহে অসমে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা বানৰ নামত সামান্য পৰিমাণৰ ৪৩০ কোটি টকা সাহাৰ্য পাইছে। অসমক প্ৰতিবাৰে বানে বিধ্বস্ত কৰি যায়, কিন্তু এবাৰো কেন্দ্ৰৰ বিজেপি চৰকাৰে বানসাহাৰ্য মুকলি কৰি নিদিলে। কিন্তু এইবাৰ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা তথা কেন্দ্ৰীয় চৰকাৰৰ শোষণৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফলস্বৰূপে প্ৰথমবাৰৰ বাবে অসমত ৪৩০ কোটি টকা মুকলি কৰি দিলে।

অখিলললআনহাতে একেটা প্ৰসংগতে অখিল গগৈয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসম চৰকাৰে ৪,২১৫ কোটি টকাৰ বান সাহাৰ্য বিচাৰিছিল কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে অসমক দিলে মাথোঁ ৪৩০ কোটি টকা।

গগৈয়ে লগতে লোকপ্ৰিয় গোপীনাত  বিমান বন্দৰ ব্যক্তিগত খণ্ডক গতোৱাৰ  সিদ্ধান্তৰ বিৰুদ্ধেও সৰৱ হৈ পৰে।

আনহাতে অহা ২০ মে’ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ অসম ভ্ৰণণসূচী প্ৰসংগত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে অমিত শ্বাহৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ কেৱল ভোটৰ স্বাৰ্থতহে আহে। তেওঁলোকে কোনোদিনে অসমৰ সমস্যাৰ বিষয়ে বুজ ল’বলৈ নাহে। সেয়ে ২০ মে’ৰ দিনা অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰতিবাদ স্বৰূপে সকলো দল-সংগঠন তথা মহানগৰবাসীক ৰাজপথলৈ ওলাই আহি ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd