• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত চাকৰি : ২০০০ টা খালী পদত নিযুক্তিৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2019 12:49 pm
AssamPolice_Recruitment-1024x615
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ড (এছ এল পি আৰ বি) এ আৰক্ষী বিভাগৰ ২০০০ টা বিভিন্ন খালী পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিছে। এই পদসমূহত নিযুক্তিৰ বাবে আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ১৫ জুনত আৰম্ভ হ’ব আৰু ৩০ জুন আবেদন পত্ৰ দাখিলৰ অন্তিম দিন।

আবেদন পত্ৰৰ বাবে কোনো মাছুল নিৰ্দ্ধাৰণ কৰা হোৱা নাই। প্ৰাৰ্থী ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ বাসিন্দা হ’ব লাগিব। তদুপৰি, প্ৰাৰ্থীৰ বয়স হ’ব লাগিব ১৮ ৰ পৰা ৩৮ বছৰৰ ভিতৰত।

Apply Now

প্ৰাৰ্থীসকলে পদসমূহৰ বাবে এছ এল পি আৰ বি,অসমৰ নিজা ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব পাৰিব।

খালী পদৰ বিশদ তথ্যঃ

ডাটা এন্ট্ৰি অ’পাৰেটৰ-৪০০ টা পদ

উচ্চ বৰ্গ সহায়ক (য়ু ডি এ) ও একাউন্টেন্ট-২০০ টা পদ

ষ্টেন’গ্ৰাফাৰ গ্ৰেড-২০০ টা পদ

নিম্ন বৰ্গ সহায়ক-২০০টা পদ

বেঞ্চ এছিষ্টেন্ট-২০০ টা পদ

টাইপিষ্ট-২০০ টা পদ

কপিষ্ট-২০০ টা পদ

অ’ফিচ পিয়ন- ২০০ টা পদ

চকীদাৰ-২০০ টা পদ

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাঃ

ডাটা এন্ট্ৰি অ’পাৰেটৰঃ- এইচ এছ এছ এল চি উত্তীৰ্ণ

উচ্চ বৰ্গ সহায়ক (য়ু ডি এ) ও একাউন্টেন্টঃ- বাণিজ্যৰ স্নাতক

ষ্টেন’গ্ৰাফাৰ গ্ৰেডঃ- যিকোনো বিষয়ৰে স্নাতক

নিম্ন বৰ্গ সহায়কঃ- যিকোনো বিষয়ৰে স্নাতক

বেঞ্চ এছিষ্টেন্টঃ-যিকোনো বিষয়ৰে স্নাতক

টাইপিষ্টঃ- যিকোনো বিষয়ৰে স্নাতক

কপিষ্টঃ- এইচ এছ এছ এল চি উত্তীৰ্ণ

অ’ফিচ পিয়নঃ- মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব নালাগিব

চকীদাৰঃ-মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ’ব নালাগিব

দৰমহা গাঁথনিঃ

ডাটা এন্ট্ৰি অ’পাৰেটৰঃ- ১০,০০০ টকা

উচ্চ বৰ্গ সহায়ক (য়ু ডি এ) ও একাউন্টেন্টঃ- ৩৫,০০০ টকা

ষ্টেন’গ্ৰাফাৰ গ্ৰেড থ্ৰিঃ- ৩৫,০০০ টকা

নিম্ন বৰ্গ সহায়কঃ- ৩০,০০০ টকা

বেঞ্চ এছিষ্টেন্টঃ-৩০,০০০ টকা

টাইপিষ্টঃ- ৩০,০০০ টকা

কপিষ্টঃ- ৯,০০০ টকা

অ’ফিচ পিয়নঃ- ৯,০০০ টকা

চকীদাৰঃ-৯,০০০ টকা

বাচনি প্ৰক্ৰিয়াঃ

প্ৰাৰ্থীসকলৰ আবেদন সকলো দিশৰ পৰা শুদ্ধ হ’লে লিখিত পৰীক্ষাৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব। উচ্চ বৰ্গ সহায়ক (য়ু ডি এ) ও একাউন্টেন্ট,ষ্টেন’গ্ৰাফাৰ গ্ৰেড থ্ৰি, নিম্ন বৰ্গ সহায়ক,বেঞ্চ এছিষ্টেন্ট আৰু টাইপিষ্টৰ বাবে এটা উমৈহতীয়া লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। একেদৰে, ডাটা এন্ট্ৰি অ’পাৰেটৰ আৰু কপিষ্টৰ বাবেও এটা উমৈহতীয়া লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

ষ্টেন’গ্ৰাফাৰ গ্ৰেড থ্ৰি, নিম্ন বৰ্গ সহায়ক,বেঞ্চ এছিষ্টেন্ট, টাইপিষ্ট, ডাটা এন্ট্ৰি অ’পাৰেটৰ আৰু কপিষ্ট পদৰ বাবে প্ৰেক্টিকেল পৰীক্ষা থাকিব। অ’ফিচ পিয়ন আৰু চকীদাৰ পদৰ বাবে শাৰীৰিক পৰীক্ষা আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ পদ্ধতিঃ

লিখিত পৰীক্ষা ১০০ নম্বৰৰ হ’ব আৰু সম্পূৰ্ণ অ’ এম আৰ ভিত্তিক হ’ব। ইয়াত নিগেটিভ নম্বৰৰ ব্যৱস্থা থাকিব আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে আধা নম্বৰ কৰ্তন হ’ব। চাৰিটা অংশত প্ৰশ্নবোৰ আগবঢ়োৱা হ’বঃ- (১) লজিকেল ৰিজনিং, এপটিট্যুড, (২) অসম তথা ভাৰতৰ বুৰঞ্জী আৰু সংস্কৃতিৰ বিষয়, (৩) কম্প্ৰিহেনশ্যন আৰু (৪) সাধাৰণ জ্ঞান ও সাময়িক প্ৰংসগ (জেনেৰেল ন’লেজ এণ্ড কাৰেন্ট এফেয়াৰছ)। অ’ এম আৰ শ্বীট ভিত্তিক উত্তৰসমূহত ক’লা ব’লপেন ব্যৱহাৰ কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd