• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ কিয় হ্ৰাস পাব সাংসদৰ ভোটৰ মূল্য ?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 10, 2022 9:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ হ্ৰাস পাব সাংসদৰ ভোটৰ মূল্য। ইয়াৰ আঁৰত থকা কাৰকটো হৈছে কাশ্মীৰ সম্পৰ্কীয় কাৰক। উল্লেখ্য ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। এই নিৰ্বাচনত ৪,৮০৯ জন সাংসদ আৰু বিধায়কে ভোট দান কৰিব। কিন্তু জম্মু-কাশ্মীৰত সক্ৰিয় বিধান সভা নথকাৰ বাবে এইবাৰ ভোটৰ মূল্য হেৰফেৰ হ’ব।

শেহতীয়াকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংসদৰ এজন সদস্যৰ ভোটৰ মূল্য ৭০৮ ৰ পৰা ৭০০ লৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সাংসদৰ ভোটৰ মূল্য লোকসভা, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যৰ সংখ্যা আৰু দিল্লী আৰু পুডুচেৰীকে ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ বিধান সভাৰ সংখ্যাৰ ওপৰত আধাৰিত। মনোনীত সাংসদ আৰু বিধায়কসকলৰ লগতে বিধান পৰিষদৰ সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবলৈ ভোট দিব নোৱাৰে। আগষ্ট ২০১৯ ত দুটা নতুন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ, আৰু জম্মু আৰু কাশ্মীৰত বিভক্ত কৰাৰ আগতে, পূৰ্বৰ কাশ্মীৰত ৮৩ খন বিধানসভা আসন আছিল। জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন অনুসৰি, কেন্দ্ৰীয় শাসিত অঞ্চল কাশ্মীৰত এখন বিধান সভা অনুষ্ঠিত হ’ব, আনহাতে লাডাখ পোনপটীয়াকৈ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হ’ব। কেন্দ্ৰই ঘোষণা কৰিছিল যে বিধানসভা সমষ্টিসমূহৰ সীমানিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Apply Now

যোৱা মাহত, জম্মু আৰু কাশ্মীৰৰ বাবে সীমানিৰ্ধাৰণ আয়োগে ইয়াৰ চূড়ান্ত আদেশ জাৰি কৰিছিল, য’ত, নতুনকৈ গঠন কৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ৯০ জনীয়া সদনৰ পৰামৰ্শ দিছিল। কিন্তু সেই স্থানত নিৰ্বাচিত সদন গঠন কৰিবলৈ কিছু সময় লাগিব পাৰে। ফলত সেই স্থানৰ বিধানসভাৰ বিধায়কসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত হ’ব। ১৯৭৪ চনত ১৮২ জনীয়া গুজৰাট বিধানসভা মাৰ্চ মাহত ভংগ কৰা হৈছিল।

লক্ষণীয় যে ১৯৯৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন সংসদ সদস্যৰ ভোটৰ মূল্য ৭০৮ নিৰ্ধাৰণ কৰা হৈছিল। ১৯৫২ চনত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এজন সাংসদৰ ভোটৰ মূল্য আছিল ৪৯৪, আৰু পিছত ১৯৫৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪৯৬ লৈ বৃদ্ধি হয়, তাৰ পিছত ৪৯৩ (১৯৬২), ৫৭৬ (১৯৬৭ আৰু ১৯৬৯)।

১৯৭৭ চনৰ পৰা ১৯৯২ চনলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সাংসদৰ ভোটৰ মূল্য ৭০২ নিৰ্ধাৰণ কৰা হৈছিল৷ প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য বিভিন্ন ৰাজ্যত ভিন্ন হয় ।কিয়নো উত্তৰ প্ৰদেশত প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য ২০৮, তাৰ পিছত ঝাৰখণ্ড আৰু তামিলনাডুত ১৭৬ , আনহাতে মহাৰাষ্ট্ৰত ১৭৫। ছিকিমত, প্ৰতিজন বিধায়কৰ ভোটৰ মূল্য সাত, আনহাতে নাগালেণ্ডত ন আৰু মিজোৰামত আঠ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলত বিধান সভা নথকাৰ বাবে সংসদৰ প্ৰতিজন সদস্যৰ ভোটৰ মূল্য ৭০০ হ’ব বুলি কৈছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ   

ভাৰতৰ ই-২০ পেট্ৰ’লৰ প্ৰস্তাৱ ভূটানে নাকচ কৰা খবৰ সম্পূৰ্ণ মিছা, কেন্দ্ৰীয় চৰকাৰৰ স্পষ্টীকৰণ  

July 5, 2026 4:20 pm
গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

গুৱাহাটীত অনুষ্ঠিত হ’ব ব্ৰিকছৰ ড্ৰাগছ বিৰোধী সংস্থাৰ সন্মিলন, ছটা বিষয়ত হ’ব আলোচনা

July 5, 2026 3:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

৬১ বছৰ বয়সত গৌৰী স্প্ৰেটৰ সৈতে যুগ্ম জীৱন আৰম্ভ কৰিলে আমিৰ খানে

July 5, 2026 5:13 pm
মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

মাত্ৰ এটা ৰক্ত পৰীক্ষাতে ধৰা পৰিব দহ ধৰণৰ কৰ্কট ৰোগ, ভাৰতৰ স্বাস্থ্য খণ্ডত সংযোজন নতুন প্ৰযুক্তি

July 5, 2026 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd