• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লক্ষ্য ২০২৪! বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ১০০ ৰেলী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 10:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ যিবোৰ ৰাজ্যত বিজেপিৰ দলীয় স্থিতি দুৰ্বল সেইবোৰ ৰাজ্যত দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্পৰ। এনে ৰাজ্যসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বছৰৰ শেষত কমেও ১০০খন ৰাজহুৱা জনসমাৱেশ অনুষ্ঠিত কৰিব। ইতিমধ্য দলটোৱে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে ব্লুপ্ৰিণ্ট প্ৰায় সাজু কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰই প্ৰকাশ কৰা অনুসৰি বছৰৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন কাৰ্যসূচী আৰম্ভ আৰু প্ৰকল্প উদ্বোধন কৰি এনে ৰেলীত ভাষণ প্ৰদান কৰিব। লগতে বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে সংগ্ৰাম কৰি থকা ৰাজ্যসমূহত কেন্দ্ৰীয় চৰকাৰে মেগা প্ৰকল্প আৰু ব্যয়ৰ আকৰ্ষণীয় পেকেজো ঘোষণা কৰিব।

ইতিমধ্যে বিজেপিয়ে মহিলা আৰু সংখ্যালঘুৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। য’ত মহিলা মৰ্চাক মহিলা হিতাধিকাৰীসকলৰ ওচৰলৈ যোৱাৰ দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকৰ বাবে কেন্দ্ৰীয় আঁচনি সম্পৰ্কে প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়া হৈছে। একে সময়তে সংখ্যালঘু ফ্ৰ’ণ্টে ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৬০টা লোকসভা সমষ্টিৰ তালিকা প্ৰস্তুত কৰিছে য’ত সংখ্যালঘুৰ ভোটাৰ সংখ্যা প্ৰায় ৩০ শতাংশ।

Apply Now

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই লোকসভা নিৰ্বাচনৰ কৌশল চূড়ান্ত কৰিবলৈ এখন কমিটী গঠন কৰিছে। জ্যেষ্ঠ নেতা সুনীল বানচাল, বিনোদ টাওডে আৰু তৰুণ চুঘৰ তিনিজনীয়া পেনেলে বিভিন্ন ফ্ৰ’ণ্ট আৰু নেতাসকলে আয়োজন কৰা কাৰ্যসূচীসমূহ নিৰীক্ষণ কৰিব। লগতে কমিটীয়ে লক্ষ্য কৰিব যে যদি কাৰ্যসূচীসমূহত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকে পৰামৰ্শও প্ৰদান কৰিব পাৰিব।

এই কমিটীয়ে সামগ্ৰিক তত্বাৱধানৰ দায়িত্ব ল’ব, দলৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীসকলক ব্যক্তিগত ৰাজ্যৰ দায়িত্ব দিয়া হ’ব। বিজেপিৰ এগৰাকী কৰ্মকৰ্তাই কয় যে কোনো ক্ষেত্ৰকে যাতে উপেক্ষা কৰা নহয় তাৰ বাবে বিভিন্ন পৰ্যায়ত প্ৰস্তুতি পৰ্যবেক্ষণ কৰা হ’ব। দক্ষিণ ৰাজ্য, ওড়িশা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যক বিশেষ গুৰুত্ব দিয়া হ’ব বুলিও উল্লেখ কৰিছে দলীয় সূত্ৰই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd