• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি দ্বিতীয় বৈঠক, মোদীলৈ বিপদৰ জাননী! কংগ্ৰেছ-আপৰ মাজত মিতিৰালি, বিৰোধীৰ শক্তি বৃদ্ধি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 9:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ মাজৰ নিমিলা ৰাজনৈতিক অংকৰ সমাধান হৈছে। দুয়ো দলৰ মাজত চলি থকা মতানৈক্যৰ ওৰ পৰিছে। দেশৰ সৰ্ববৃহৎ বিৰোধী দলটোৱে কেন্দ্ৰীয় চৰকাৰে দিল্লী প্ৰশাসনীয় ক্ষমতা হস্তগত কৰাৰ অৰ্থে গৃহীত কৰিব খোজা অধ্যাদেশখন সংসদত বিৰোধিতা কৰিবলৈ সন্মত হোৱাৰ পাছতে অৰবিন্দ কেজৰিৱালৰ বৰফ গলিবলৈ ধৰিছে।

বিৰোধী ঐক্যৰ বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন বৈঠকৰ পূৰ্বে দুই বিৰোধী দলৰ বৰফ গলিবলৈ ধৰাৰ লগে লগে বিৰোধী শিবিৰ উৎফুল্লিত হৈ পৰা দেখা গৈছে। ইফালে কংগ্ৰেছ-আপৰ সমীকৰণ সঠিক পথত গতি কৰাটো শাসকীয় বিজেপিৰ বাবে শংকাৰ কাৰণ হৈ পৰাৰ সম্ভাৱনা আছে।  

সোমবাৰৰ দ্বিতীয়খন বৈঠকৰ পূৰ্বে কংগ্ৰেছ-আপৰ মাজত মতানৈক্য দূৰ হোৱাৰ পাছতে বিৰোধী মিত্ৰজোঁটে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী আৰু যোগাযোগ খচৰা প্ৰস্তুতৰ বাবে এখন উপসমিতি গঠনৰ প্ৰস্তাৱ দিয়া হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। সোমবাৰৰ বৈঠকত বিৰোধী দলৰ নেতাসকলে মিত্ৰজোঁটৰ এটা নাম দিয়াৰো পৰিকল্পনাও কৰিছে।

Apply Now

কেইবাদিনো আলোচনাৰ অন্তত কালি আম আদমী পাৰ্টিয়ে ঘোষণা কৰে যে তেওঁলোকেও এই বৈঠকত অংশগ্ৰহণ কৰিব।

দিল্লীৰ আমোলাতন্ত্ৰৰ ওপৰত নিয়ন্ত্ৰণ ঘূৰাই অনা বিতৰ্কিত কেন্দ্ৰীয় অধ্যাদেশৰ বিৰুদ্ধে দলটোক কংগ্ৰেছে সমৰ্থন দিব বুলি কোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে আপে এই ঘোষণা কৰে।

“কংগ্ৰেছ দলে দিল্লী অধ্যাদেশৰ বিৰুদ্ধে নিজৰ স্থিতি ব্যক্ত কৰিলে। আমি এই ঘোষণাক আদৰণি জনাইছো। ইয়াৰ সমান্তৰালভাৱে বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বিৰোধী বৈঠকত আপে অংশগ্ৰহণ কৰিব।”

উল্লেখ্য যে ১৫ টা বিৰোধী দলৰ শীৰ্ষ নেতাসকলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ২৩ জুনত পাটনাত আয়োজন কৰা বিৰোধী ঐক্যৰ বৈঠকত অংশগ্ৰহণ কৰিছিল।

প্ৰথমখন আনুষ্ঠানিক বৈঠকৰ পাছতে আজি দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব বিৰোধী দলবোৰে। বিৰোধী শিবিৰে ২০ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ৩০টা বিৰোধী দলে মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিব বুলি আশা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd