DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দিল্লীত ভয়াৱহ অগ্নিকাণ্ড : ২১ খনকৈ অগ্নিনিৰ্বাপক গাড়ীৰে নুমুৱাব লগা হ’ল জুই

প্ৰথম অৱস্থাত ১৬টা পানী সিঁচা ইঞ্জিন সেই স্থানত উপস্থিত হয়। কিন্তু সেই ইঞ্জিনৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। ইয়াৰ পিছত সেই কাৰখানালৈ আৰু কেইবাটাও ইঞ্জিন পঠিওৱা হয়।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 8, 2023 9:22 pm
84
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে দিনৰ ৰাজধানী দিল্লীত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড।

প্ৰাপ্ত তথ্য মতে, দেওবাৰে পুৱা ১১:২১ বজাত দক্ষিণ-পূব দিল্লীৰ ওখলা অঞ্চলৰ এটা ইলেক্ট্ৰনিক সামগ্ৰীৰ কাৰখানাত অগ্নিকাণ্ড সংঘটিত হয়।
ওখলাৰ ফেজ-১ এলেকাৰ উদ্যোগিক এলেকাত থকা কাৰখানাটোৰ চতুৰ্থ আৰু পঞ্চম মহলাত জুই জ্বলিবলৈ আৰম্ভ কৰে।

ডেৰ ঘণ্টাৰো অধিক সময়ৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে ভয়াৱহ জুই নিয়ন্ত্ৰণলৈ আনে।

কাৰখানাটোৰ অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে।

সংবাদ সংস্থা পিটিআইৰ মতে, প্ৰায় ১২:৩০ বজাত এই অগ্নিকাণ্ডৰ খবৰ পোৱা যায়। প্ৰথম অৱস্থাত ১৬টা পানী সিঁচা ইঞ্জিন সেই স্থানত উপস্থিত হয়। কিন্তু সেই ইঞ্জিনৰ দ্বাৰা জুই নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। ইয়াৰ পিছত সেই কাৰখানালৈ আৰু কেইবাটাও ইঞ্জিন পঠিওৱা হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে, অৱশেষত বিয়লি ৩ বজাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হয়।

অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই। কাৰখানাৰ ভিতৰত কোনো আবদ্ধ হৈ থকা নাই। অৱশ্যে ক্ষয়-ক্ষতিৰ পৰিমাণ আৰু অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd