• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিয়ে আমুৱালে! পুনৰ সলনি হ’ব মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট!

বিজেপিক লৈ অসন্তুষ্ট ২২ বিধায়ক আৰু ৯ সাংসদ! এৰিব খুজিছে সিন্দে শিবিৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 9:03 am
BJP Shiv Sena
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ সলনি হ’ব পাৰে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক গতি-বিধি! বছৰদিয়েক নহওঁতেই যৱনিকা পৰাৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শাসকীয় শিৱসেনাৰ একনাথ সিন্দে গোট আৰু বিজেপিৰ মধুচন্দ্ৰিকা! শিৱসেনাত বিসম্বাদ তথা বিভাজনেৰে একনাথ সিন্দেৰ নেতৃত্বত বিজেপিৰ সংগ লোৱা বহুকেইগৰাকী নেতাৰ মোহভংগ ঘটিছে বিজেপিৰ প্ৰতি!

এই দাবী কৰা হৈছে শিৱসেনাৰ উদ্বৱ থাকৰে গোটৰ মুখপাত্ৰ সামনাত। এই দাবী অনুসৰি মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত থকা শিৱসেনাৰ গোটটোৰ ২২ গৰাকী বিধায়ক আৰু ৯ গৰাকী লোকসভাৰ সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অসন্তুষ্ট হৈ সিন্দে শিবিৰ এৰিব বিচাৰিছে।

Apply Now

শিৱসেনাৰ থাকৰে গোটৰ নেতা তথা সাংসদ বিনায়ক ৰাউতৰ ভাষ্য মতে, সিন্দে গোটৰ উক্ত বিধায়ক তথা সাংসদসকলে মূল দলৰ সৈতে যোগাযোগ কৰি আছে আৰু তেওঁলোকৰ সমষ্টিত কোনো উন্নয়ন হোৱা নাই বাবে সিন্দে নেতৃত্বাধীন গোটটো এৰিব বিচাৰিছে।

‘হম হি শিৱসেনা’ শ্লোগানেৰে সিন্দে গোটৰ অন্যতম প্ৰধান নেতা হিচাপে পৰিচিত হৈ পৰা দলৰ জ্যেষ্ঠ নেতা গজানন কীৰ্তিকাৰে বিজেপিৰ আচৰণক লৈ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি সামনাই লগতে দাবী কৰিছে।

ৰাজ্যখনৰ শাসকীয় বিজেপি-শিৱসেনাৰ মিত্ৰতাত একোৱেই ঠিক নহয় বুলি ইংগিত দি কীৰ্তিকাৰে বিজেপিৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘আমি ১৩ গৰাকী সাংসদ আৰু আমি এতিয়া এন ডি এৰ অংশ হৈছো।”

এই সাংসদসকলে প্ৰতিনিধিত্ব কৰা সমষ্টিসমূহৰ সৈতে জড়িত সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান হ’ব বুলি আশা কৰিছিল যদিও সম্প্ৰতি তেনেকুৱা হোৱা দেখা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে গজানন কীৰ্তিকাৰে।

কীৰ্তিকাৰৰ এই মন্তব্যৰ উদ্ধৃতি দি সামনাই কয় যে, আত্মসন্মান আৰু সন্মান টকাৰে কিনিব নোৱাৰি, সেয়া আকৌ এবাৰ প্ৰমাণিত হৈছে। কীৰ্তিকাৰে দাবী কৰে যে তেওঁৰ দলে ৰাজ্যৰ ২২খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিব।

“ইয়াৰ অৰ্থ হ’ল তেওঁলোকে বিজেপিৰ পৰা আসন বিচাৰিছে। অৱশ্যে এই গোটক পাঁচ-সাতখন আসন দিবলৈও বিজেপি সাজু হোৱা নাই।”- সামনাই লগতে প্ৰতিবেদনত এইদৰে প্ৰকাশ কৰিছে।

যদি সামনাত প্ৰকাশিত এই প্ৰতিবেদন প্ৰকৃততেই সত্য হয়, তেতিয়া অনাগত সময়ছোৱাত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ আশংকা স্বাভাৱিকতেই নুই কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd