DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত ক্ৰমাৎ ভয়াৱহ ক’ভিড পৰিস্থিতি ; মৃতকৰ সংখ্যা ২২ লৈ বৃদ্ধি

 মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 15, 2021 8:35 pm
prr

প্ৰতিনিধিত্বমূলক ছবি

425
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা । আজিৰ দিনটোৰ ভিতৰতে জিলাখনত ১৪২ জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

একেদৰে মৃত্যুৰ সংখ্যাও বৃদ্ধি হৈ ২২ জন হৈছে। জিলাখনত মুঠ ৬৪৫৩৯ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন হোৱাৰ বিপৰীতে ২৬৬৪ জনৰ দেহত এই মৰাত্মক ভাইৰাছ পোৱা গৈছে।

এনে পৰিস্থিতিত মোকামিলা কৰিবলৈ জিলা প্ৰশাসনে ৭ টাকৈ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছিল যদিও ইতিমধ্যে সমগ্ৰ জিলাখনত ক’ভিড -১৯ সংক্ৰমণে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে।

লগতে কালিৰ দিনটোৰ ভিতৰত ৩ জনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইফালে আক্ৰান্ত সকলৰ ভিতৰত ৬৪৪ হ’ম আইছলেশ্যনত ৰখাৰ লগতে ২০৮ জনক চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ইফালে চৰকাৰী সূত্ৰে প্ৰকাশ যে ,আজিৰ দিনটোত ১৮ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু এই পৰ্যন্ত সৰ্বমুঠ ২৮৩ জন লোক সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।

কালিৰ দিনটোৰ ভিতৰত মৃত্যু হোৱা লোক ৩ জন হৈছে ক্ৰমে মানিক হাজৰিকা(৬৫) হাবিয়াল গাওঁ, ভাগ্যৱতী চাহু(৬৫) কমাৰগাওঁ বুধবাৰী আৰু বিজিত বৰা(৫২) চুমনি গাওঁ ।

ইয়াৰ মানিক হাজৰিকা শ্বহীদ কুশল কোঁৱৰ ক’ভিড হাস্পাতালত মৃত্যু হোৱাৰ লগতে বাকী দুজন যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু হৈছে।

শেহতীয়াকৈ খবৰ অহা অনুসৰি কিছুসময় পূৰ্বে সৰুপথাৰ ৰেভিনিউ চাৰ্কোল ১ নং ৰাজাপুখুৰীৰ শ্যাম গাওঁ কন্টেইমেন্ট জ’ন ঘোষণা কৰিছে । অৰ্থাৎ জিলা খনত আজিলৈকে ৮ টা কন্টেইমেন্ট জ’ন ঘোষণা কৰা হৈছে।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd