• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিকিৎসকৰ কৰ্মবিৰতিৰ দুৰ্ভোগ ভুগিছে ৰোগীয়ে : চিকিৎসাৰ অভাৱত মৃত্যু ২৩ জনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 9, 2024 4:46 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে অব্যাহত আছে কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী । উচ্চতম ন্যায়ালয়ে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো প্ৰতিবাদ কৰিবলৈ এৰা নাই চিকিৎসক সকলে।

সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত আৰ জি কৰ গোচৰৰ শুনানি আৰম্ভ হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ অধিবক্তা কপিল ছিবালে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰে।

Apply Now

ছিবালে কয় যে এই পৰ্যন্ত চিকিৎসাৰ অভাৱত ২৩ জন লোকৰ মৃত্যু হৈছে। কাৰণ চৰকাৰী চিকিৎসালয়ত চিকিৎসকে কাম কৰা নাই। কপিল ছিবালে লগতে কয় যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত ষ্টেটাছ ৰিপৰ্টও দাখিল কৰিছে।

আজি আদালতত ছিবালে কয় যে, “এই কেইটামান দিনত চিকিৎসকৰ ধৰ্মঘটৰ ফলত ২৩ জন লোকৰ মৃত্যু হোৱাই নহয়, চিকিৎসা নাপাই ৬ লাখ লোক হাৰাশাস্তিৰ সন্মুখীন হৈছে। চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাৰ ওপৰত বহু লোক নিৰ্ভৰশীল। বিশেষকৈ কাৰ্ডিঅ’লজী বা অংক’লজীৰ দৰে বিভাগত চিকিৎসাৰ প্ৰয়োজন হোৱাসকলে ব্যক্তিগত চিকিৎসালয়ৰ খৰচ বহন কৰিব নোৱাৰে।

লগতে কপিল ছিবালে কয়, “ৰোগীক এনেদৰে মৰিবলৈ দিব নোৱাৰি। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কামলৈ ঘূৰি আহিবলৈ কৈছিল যদিও চিকিৎসকে সেই কথা নুশুনিলে। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে কোৱা শান্তিপূৰ্ণ প্ৰতিবাদৰ কথাও আন্দোলনকাৰীসকলে নুশুনিলে। যোৱা কেইদিনত প্ৰতিবাদত ৪১ জন আৰক্ষী জোৱান আহত হৈছিল, আনকি এজন আৰক্ষীয়ে দৃষ্টিশক্তিও হেৰুৱাইছে।

উল্লেখ্য যে আৰ জি কৰ গোচৰৰ শেষ শুনানিত উচ্চতম ন্যায়ালয়ে বাৰে বাৰে চিকিৎসকসকলক ধৰ্মঘট বাতিল কৰিবলৈ অনুৰোধ জনাইছিল। কেৱল কলকাতা নহয়, দিল্লীৰ এইমছ পি জি আই চণ্ডীগড়তো কনিষ্ঠ চিকিৎসক সকলে ধৰ্মঘট কৰি আছে।

স্মৰ্তব্য যে আৰ জি কৰ হাস্পতালে এতিয়াও ধৰ্মঘট কৰা নাই। কনিষ্ঠ চিকিৎসকে অৱশ্যে দাবী কৰে যে তেওঁলোকে শিবিৰ পাতি ৰোগীক দেখা কৰি আছে। কিন্তু ইয়াৰ মাজতে আৰ জি কাৰ হাস্পতালত এজন যুৱকৰ মৃত্যুক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।

কিছুদিন পূৰ্বে আৰ জি কাৰ হাস্পতালত মৃত্যু হৈছিল এজন ২৮ বছৰীয়া যুৱকৰ। চিকিৎসা অবিহনে তেওঁৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

মৃত যুৱকজনৰ মাতৃয়ে কয়, “দুৰ্ঘটনা হোৱাৰ পিছত যিমান পাৰি সোনকালে চিকিৎসালয়লৈ লৈ আহিলোঁ। কিন্তু ডাক্তৰ নাই, চিকিৎসা নাই। একেৰাহে ৩ ঘণ্টা ধৰি চিকিৎসা অবিহনে মৃত্যু হয় ল’ৰাজনৰ।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd