• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ ৪ বছৰে চিকিৎসাধীন টেট শিক্ষয়িত্ৰীয়ে লাভ কৰা নাই দৰমহা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 22, 2018 6:49 pm
munmun tet teacher
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঠশালাৰ লাচিত নগৰ নিবাসী উৎপলেন্দ্ৰ নাথ দাসৰ কন্যা মুনমুন সেন। ২০১২ চনত তদানিন্তন কংগ্ৰেছ চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈ মুনমুন নিযুক্ত হৈছিল এগৰাকী শিক্ষয়িত্ৰী হিচাপে। তেওঁক নিযুক্তি দিয়া হৈছিল অন্য দহগৰাকী টেট শিক্ষয়িত্ৰীৰ ঘৰৰ পৰা বহু নিলগত অৱস্থিত বৰপেটাৰ মন্দিয়াৰ বৰলাসুঁতি প্ৰাথমিক বিদ্যালয়ত। এনেদৰে ঘৰৰ পৰা বহু দূৰত শিক্ষয়িত্ৰী হ’বলৈ গৈ ইতিমধ্যে বহু কেইগৰাকী টেট শিক্ষয়িত্ৰী বিভিন্ন অনাহূত পৰিস্থিতিৰ বলি হোৱাৰ বাতৰিও পোৱা গৈছে।

মুনমুনৰ জীৱনলৈকেও এদিন নামি আহিছিল কাল আউঁসী।

Apply Now

২০১৪ চনৰ ২৮ এপ্ৰিল আছিল আছিল সেই অভিশপ্ত দিনটো যিদিনা মুনমুনে জীৱনৰ সকলো ৰং হেৰুৱাই পেলালে।আনদিনাৰ দৰে সিদিনাও মুনমুনে গৃহ চহৰ পাঠশালাৰ পৰা যথেষ্ট দূৰত থকা বিদ্যালয়খনত দিনটোৰ শিক্ষাদান কাৰ্য সমাপ্ত কৰি  এগৰাকী সহকৰ্মী শিক্ষকৰ বাইকৰ পিছফালে বহি আহি থকা অৱস্থাতে পথ দুৰ্ঘটনাত মগজু আৰু হাত-ভৰিত যথেষ্ট আঘাত পায়।অত্যন্ত সংকটজনক অৱস্থাত মুনমুনক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ জিএনআৰচি চিকিৎসালয়ত। তাত মুনমুনক ৯ মাহ ৬ দিন ৰাখি চিকিৎসা কৰাৰ পাছতো গুৱাহাটীতেই তেওঁক চিকিৎসা কৰি থকা হৈছিল। প্ৰায় ৬০ লাখ টকা ব্যয় কৰি মুনমুনক বচাই আনিবলৈ সক্ষম হয় মুনমুনৰ পৰিয়ালটোৱে। কিন্তু এতিয়া পৰিয়ালটোৰ ওপৰত ঋণৰ এটা ডাঙৰ বোজা। বিভিন্ন সংস্থা, ছচাইটীৰ পৰা ঋণ লৈ পিতৃয়ে মুনমুনক চিকিৎসা কৰি সুস্থ কৰি তুলিবলৈ যত্নৰ ত্ৰুতি কৰা নাই। এতিয়া মুনমুনৰ চিকিৎসাৰ বাবাদ ব্যয় হয় মাহে প্ৰায় ৪০ হাজাৰ টকা।

নিউ ইণ্ডিয়া ইন্সিওৰেন্স কোম্পানীৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল উৎপলেন্দ্ৰ দাসে এতিয়া দিশহাৰা হৈ পৰিছে।

জীৱন-মৃত্যুৰ সন্ধিক্ষণত থকা মুনমুনক দিনে নিশাই শুশ্ৰূষা কৰি গৈছে তেওঁৰ পিতৃ, ভগ্নী আৰু মাতৃয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখৰ হৈ থকা শিক্ষয়িত্ৰী মুনমুন দাস আজি মূক। কথা কবলৈ উদগ্ৰীৱ ভাৱ তেওঁৰ চকুৱে মুখে প্ৰকাশমান যদিও তেওঁ কথা নকয়। এক সুতীব্ৰ শাৰীৰিক-মানসিক যাতনাই মূক কৰি পেলাইছে তেওঁক।

ইপিনে বিগত ২০১৪ চনৰ জুন মাহৰ পৰা মুনমুনৰ দৰমহা বন্ধ কৰি ৰাখিছে চৰকাৰে।দুৰ্ঘটনাত শয্যাশায়ী মুনমুনৰ চিকিৎসাত সহায়ক হোৱাকৈ মুনমুনৰ দৰমহাখিনি মুকলি কৰি দিয়াৰ বাবে শিক্ষা বিভাগ, জিলা উপায়ুক্ত সকলোকে অনুৰোধ কৰিছিল যদিও সুফল লাভ নকৰিলে দেউতাকে। তেওঁ এই ক্ষেত্ৰত সহায়ৰ বাবে শিক্ষা মন্ত্ৰী বিমন্ত বিশ্ব শৰ্মাৰো কাষ চাপিছিল কিন্তু কোনো সুফল নাপালে।

পৰিয়ালটোৱে আশা কৰে, মুনমুনৰ দৰমহাখিনি মোকোলাই দি তেওঁৰ চিকিৎসাত সহায় কৰক চৰকাৰে। মুনমুনৰ চিকিৎসা ব্যয়ৰে সৰ্বস্বান্ত প্ৰায় হোৱা মুনমুনৰ দেউতাকে ৰাইজৰো সহায় ভিক্ষা কৰিছে।মুনমুনৰ দেউতাকৰ বেংকৰ একাউণ্ট নম্বৰ হৈছে UBI UTPALENDRA NATH DAS 40550 100 84310, তেওঁৰ ফোন নম্বৰ হৈছে 94352 73173, 86381 62924,76370 66981 ।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm
দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

দেশত বৃদ্ধি পালে এম বি বি এছৰ আসন! ২০২৬-২৭ বৰ্ষৰ বাবে ১.৩৬ লাখলৈ বৃদ্ধি আসনৰ সংখ্যা

July 25, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd