• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যত ২৪ ঘন্টীয়া চকা বন্ধ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 2, 2019 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ৩ অক্টোবৰৰ দিনটোত অৰ্থ্যাৎ বৃহস্পতিবাৰৰ দিনা ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহন সন্থাই । কাইলৈ পুৱা ৫ বজাৰ পৰা শুকুৰবাৰে পুৱা ৫ বজালৈকে এই বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ ৰাজ্যিক উপ সভাপতি ভৱেন ভট্টাচাৰ্য্যই।

যাত্ৰী বাহী বাছৰ ভাড়া বৃদ্ধি কৰিবৰ বাবে সংগঠনটোৱে বাৰম্বাৰ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগক আহ্বান জনাই আহিছিল যদিও বিভাগীয় কতৃপক্ষই তেওঁলোকৰ এই দাবী মানি নোলোৱাত কাইলৈ এই চকা বন্ধৰ কাৰ্য্যসূচী হাতত লৈছে সংগঠনটোৱে।

Apply Now

ইপিনে, দৈনিক ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে যদিও ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগটোৱে ভাড়া বৃদ্ধি নকৰাত মটৰ পৰিবহনৰ মালিক ও চালকসকল বিপাঙত পৰা বুলি ভট্টাচাৰ্য্যই আমাৰ আগত কয়। শেহতীয়াকৈ যোৱা জুলাই মাহত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মটৰ পৰিবহন সন্থাৰ বিষয়ববীয়াৰ এক আলোচনাত হৈছিল তথা ভাড়া বৃদ্ধি কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল। কিন্তু বৰ্তমানলৈকে ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ সংগঠনটোৱে ২৪ ঘন্টীয়া চকা বন্ধর আহ্বান জনাইছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১২ চনৰ ১১ অক্টোবৰতে শেষবাৰলৈ ভাড়া নিৰ্ধাৰণ কৰিছিল। ডিজেলৰ মূল্য আৰু গাড়ীৰ বীমাৰ নিৰিখ বৃদ্ধি হোৱাৰ বাবে ২০১৬ চনৰে পৰা সংগঠনটোৱে ভাড়াৰ নিৰিখ বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাই আহিছিল। পুজাৰ পাছত সংগঠনটোৱে ইয়াতকৈয়ো ভয়াবহ প্ৰভাৱ পেলোৱা পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ উপ সভাপতিগৰাকীয়ে। 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd