• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী; সম্পূৰ্ণ তালিকা

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , June 25, 2020 9:35 am

2 min read

উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ শীৰ্ষ ১০ত মুঠ ২৪ গৰাকী ছাত্ৰ-ছাত্ৰী; সম্পূৰ্ণ তালিকা

নৱম স্থান প্ৰাপক চিমি দাস, গুৱাহাটী কমাৰ্চ কলেজ

638
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত মুঠ ২৪ জন শিক্ষাৰ্থীয়ে শীর্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিছে।

৪৭১ নম্বৰেৰ প্ৰথম স্থান অধিকাৰ কৰিছে চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়ৰ তৃষ্ণা মহেশ্বৰীয়ে।

দ্বিতীয় স্থানত আছে সৰ্পিত কোৰ, সোণাৰী জুনিয়ৰ কলেজ, চৰাইদেউ, ৪৬৮মুঠ নম্বৰ।

তৃতীয় স্থানত আছে বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ কাছাৰ। ৪৬৬ নম্বৰ লাভ কৰিছে।

চতুৰ্থ স্থানত ৪৬৫ নম্বৰেৰে আছে তিনিজন মেধাৱী শিক্ষাৰ্থী। ইয়াৰে জ্ঞানদ্বীপ দুৱাৰ, ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, গোলাঘাট, সুৰভি দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ হোজাই আৰু পিয়ু দাস, দিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজ, লখিমপুৰ।

পঞ্চম স্থানতো ৪৬০ নম্বৰেৰে তিনিজন মেধাৱী। প্ৰেৰণা দুৱাৰ আৰু আস্থা চৌধুৰী চল্টব্ৰুক একাডেমি ডিব্ৰুগড় আৰু অংকুৰ জ্যোতি ভূঞা, জেবি কলেজ, যোৰহাট।

৪৫৭ নম্বৰেৰে ষষ্ঠ স্থানত আছে দুজন মেধাৱী। শ্ৰুতি জৈন, ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলং আৰু কাৰ্তিক ধাৰিৱাল, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।

সপ্তম স্থানত ৪৫৪ নম্বৰেৰে আছে দুজন মেধাৱী। আৰিজিৎ সাহা, বঙাইগাঁও কলেজ আৰু ৰোহিত আগৰৱাল, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ, তিনিচুকীয়া।

৪৫৩ নম্বৰেৰে অষ্টম স্থানত আছে চাৰিজন শিক্ষাৰ্থী।ৱসুমিতা ৰয়, বিবেকানন্দ জুনিয় কলেজ কাছাৰ, প্রিয়া জৈন আৰু তৃষ্ণা দেৱী নলবাৰী কমাৰ্চ কলেজ আৰু মেঘা মজুমদাৰ, শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।

নৱম স্থানত ৪৫২নম্বৰে আছে তিনিজন মেধাৱী।

আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ, চিমি দাস গুৱাহাটী কমাৰ্চ কলেজ আৰু সংগীনা খাতুন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ।

দশম স্থানত ৪৫১ নম্বৰেৰে আছে তিনিজন মেধাৱী। নলিনী জামাৰ, এন ই এফ কলেজ, কামৰূপ(ম), সাক্ষী গোৱাল সাহা কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম) আৰু মধুসূদন শৰ্মা ডিক্ৰং নেচনেল কলেজ লখিমপুৰ।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd