DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছিৰ ৰেচম বস্ত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ সন্তুষ্টি প্ৰকাশ বৰষাৰাণী বিষয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 9:47 am
বৰষাৰাণী বিষয়া
113
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় বজাৰত সুকীয়া স্থান লাভ কৰা, অসমৰ সাংস্কৃতিক ঐতিহ্য বহন কৰা শুৱালকুছিৰ  ৰেচম বস্ত্ৰৰ ‘ব্ৰেণ্ড এম্বেছাডৰ হোৱা সুযোগ লাভ কৰি গৌৰৱবোধ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

শুৱালকুছিৰ বয়ন শিল্পৰ সমাদৰ ৰাজ্যৰ লগতে দেশৰ বাহিৰতো জনপ্ৰিয় হোৱাৰ সম্ভাৱনালৈ চাই অসম চৰকাৰে ইয়াক বিশ্বৰ বজাৰত তুলি ধৰাৰ প্ৰয়াসেৰে শেহতীয়াকৈ কিছু পদ৭এপ গ্ৰহণ কৰিছে। অভিনেত্ৰী বৰষাৰাণী বিষয়াক এই শিল্পৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে লোৱা হৈছে।

শনিবাৰে শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে কয় যে শুৱালকুছিৰ শিপিনীয়ে মুগা-পাট বস্ত্ৰৰ উদ্যোগটো সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে অহোপুৰুষাৰ্থ কৰিছে।

শিপিনীসকলৰ এই ত্যাগ আৰু বদান্যতাৰ সুযোগ লৈ এচাম লোকে শুৱালকুছিৰ  আৰ্হিৰ নকল বস্ত্ৰৰ বেহা কৰি শুৱালকুছিৰ হস্ত-তাঁত শিল্পটো ধ্বংসৰ অভিসন্ধি কৰিছে। তেওঁ কয় যে শুৱালকুছি ট্ৰেডমাৰ্কে ৰেচম বস্ত্ৰৰ বিশুদ্ধতা  ৰক্ষাৰ লগতে নকল বস্ত্ৰৰ আগ্ৰাসন ৰোধ কৰিব।

অভিনেত্ৰীগৰাকীয়ে শনিবাৰে নিশা শুৱালকুছি বালিচৰত অনুষ্ঠিত সাংস্কৃতিক মঞ্চত শুৱালকুছি ট্ৰেড মাৰ্কৰ হল’গ্ৰাম উন্মোচন কৰে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd