DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশ কঁপোৱা ডাঃ দেবেন দত্তৰ হত্যাৰ গোচৰত ২৫ জনক দোষী সাব্যস্ত আদালতৰ

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
October 12, 2020 5:09 pm
দেশ কঁপোৱা ডাঃ দেবেন দত্তৰ হত্যাৰ গোচৰত ২৫ জনক দোষী সাব্যস্ত আদালতৰ
453
VIEWS
Share on FacebookShare on Twitter

আজি যোৰহাট জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে সমগ্ৰ দেশ কঁপোৱা যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায় প্ৰদান কৰে।

ন্যায়াধীশ ৰবিন ফুকনে প্ৰদান কৰা ৰায়দানত ৩১ জন অভিযুক্তৰ ২৫ জনক দোষী সাব্যস্ত কৰা হয়।

এই আটাইকেইজনকে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২/১৪৯, ৩৪২/১৪৯, ৩৫৩/১৪৮ আৰু ৩৫৩/১৪৯ৰ অধীনত দোষী ঘোষণা কৰে।

হত্যাকাণ্ডটোৰ দোষী কেইগৰাকীৰ শাস্তি অহা ১৯ অক্টোবৰত ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে।

আদালতে দোষী ঘোষণা কৰা লোক কেইজন হৈছে-সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, সুৰেশ ৰাজোৱাৰ, অজয় মাঝী, উপেন্দ্ৰ ভূমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝী, বিজয় ৰাজোৱাৰ, বলিন ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, মিলন ৰাজোৱাৰ, ৰিংকু মাঝী, মিশিলাল মাঝী, শিৱচৰণ মাহালী, দিবেশ্বৰ ৰাজোৱাৰ, কাৰ্তিক ভূমিজ, সঞ্জয় ৰাজোৱাৰ, কালিচৰণ মাহালী, ৰামেশ্বৰ ভূমিজ, শিৱ মাহালী, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝী, মনোজ মাঝী আৰু ৰিংকু বাক্তি।

উল্লেখ্য যে আৰক্ষীয়ে চিকিৎসক দত্তৰ হত্যাৰ সৈতে জৰিত থকাৰ অভিযোগত বাগিচাৰ ৩২ গৰাকী শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে যোৱা বছৰৰ ২৪ ছেপ্তেম্বৰত চাৰ্জশ্বিট দাখিল কৰিছিল।

ইয়াৰে এজন অভিযুক্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।

ইফালে আদালতৰ এই ৰায়দানত মৃত চিকিৎসক দেবেন দত্তৰ পত্নী অপৰাজিতা দত্তই যথেষ্ট সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখ্য যে ২০১৯ বৰ্ষৰ ৩১ আগষ্টত চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল জ্যেষ্ঠ চিকিৎসকগৰাকীক।

গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীৰ পাছত চিকিৎসালয়ত মৃত্যু হৈছিল।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd