• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , June 25, 2020 10:01 am

2 min read

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ শীৰ্ষ ১০ত মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰী; চাওক তালিকা

বিজ্ঞান শাখাৰ প্ৰথম স্থান প্ৰাপক অবিনাশ কলিতা।

654
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাৰ শীর্ষ ১০ টা স্থানত আছে মুঠ ২৫ জন মেধাৱী শিক্ষাৰ্থী।

৪৮৬ নম্বৰেৰে প্ৰথম স্থানত আছে আনন্দৰাম বৰুৱা একাডেমি, বৰপেটাৰ অবিনাশ কলিতা।

দ্বিতীয় স্থানত ৪৮২ নম্বৰেৰে নিয়েমা ফিৰোদশ, কনচেপ্ট জুনিয়ৰ কলেজ নগাঁও।

৪৮১ নম্বৰেৰে তৃতীয় স্থানত আছে প্ৰিটপল বেজবৰুৱা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (ম)।

চতুৰ্থ স্থানত ৪৭৯ নম্বৰেৰে আছে দুজন মেধাৱী শিক্ষাৰ্থী। নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি বৰপেটা আৰু সাগৰ গোৱালা, ৰামানুজ জুনিয়ৰ কলেজ নগাঁও।

পঞ্চম স্থানত ৪৭৮ নম্বৰেৰ্ আছে আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।

৪৭৭ নম্বৰেৰে ষষ্ঠ স্থানত আছে তিনিজন মেধাৱী শিক্ষাৰ্থী। অৰ্জুন বৰগোঁহাই, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়, আয়োশী কাব্ৰা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ(ম) আৰু বিৰেনজিৎ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

সপ্তম স্থানত ৪৭৬ নম্বৰেৰে আছে সাতগৰাকী শিক্ষাৰ্থী। শুভাশীষ ভূমিক, গোৱালপাৰা কলেজ, অম্লান জ্যোতি পেগু আৰু সবনম গুঞ্জন বৰুৱা ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও, বিভাশ কাফলে আৰু অংশুমালি শৰ্মা তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ।

অষ্টম স্থানত ৪৭৫ নম্বৰেৰে আছে চাৰিজন শিক্ষাৰ্থী। মনীৰুল ইছলাম, চিনময় নাথ, আমিসা সিং আৰু হিমাঞ্জলি বুঢ়াগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

নৱম স্থানত ৪৭৪ নম্বৰেৰে আছে তিনিজন শিক্ষাৰ্থী। আসিফা নাজিন লস্কৰ, মাৰায়াম আজমল মহিলা কলেজ চাইন্স অফ টেকন’লজি হোজাই, উৎপল ৰাজ কেম্প্ৰায়, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও আৰু শিৱানুজ বৰকটকী অৰুণোদয় একাডেমি শিৱসাগৰ।

দশম স্থানত ৪৭৩ নম্বৰেৰে আছে চাৰিজন শিক্ষাৰ্থী। কুনাল তালুকদাৰ আনন্দৰাম বৰুৱা একাডেমি বৰপেটা, অভিজিত চৌধুৰী কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ বৰপেটা, ইফটিকা আহমেদ আৰু অংকিতা শইকীয়া ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd