• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

ঘৰত বহি বহিয়েই কৰিব পাৰিব কাম, দৈনিক উপাৰ্জন ২৫০০ টকা : কেন্দ্ৰীয় চৰকাৰে দিছে এই সুবিধা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 8, 2024 6:59 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পইচাৰ বাবে অথবা কামৰ বাবে আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীয়েই হওক বা গৃহিণী সকলেই হওঁক, ঘৰৰ পৰাই কাম কৰাৰ সুবিধা লাভ কৰিব পাৰিব এতিয়াৰ পৰা।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে ঘৰৰ পৰাই কাম কৰিব পৰা সুবিধা। সকলো ধৰণৰ লোকে নিজৰ পচন্দৰ কাম বাচি লৈ উপাৰ্জন কৰিব পাৰিব আকৰ্ষণীয় দৰমহা।  এঘন্টা কাম কৰিয়েই উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা।

Apply Now

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই কামৰ বিষয়বস্তু হৈছে অনুবাদ। আপুনি যিটো ভাষা জানে সেইটো ভাষা বাচি লৈ কৰিব পাৰিব বিষয়বস্তু অনুবাদৰ কাম। এই কাম মূলতঃ ছাত্ৰ-ছাত্ৰী আৰু গৃহিণীৰ বাবে উপযোগী। কাৰণ এই কামৰ কোনো নিৰ্দিষ্ট সময় নাই, যাৰ ফলস্বৰূপে তেওঁলোকে নিজৰ সুবিধা অনুসৰি ঘৰতে বহি এই কাম (Work From Home) কৰিব পাৰে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা ৱেবছাইট খুলিছে। সেই ৱেবচাইটটোৰ নাম হৈছে Flexibench।

এই কামত কেনেকৈ যোগদান কৰিব?

প্ৰথমে ব্যক্তিজনে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত ফ্লেক্সিবেঞ্চ ৱেবছাইটত এটা প্ৰফাইল লগইন কৰিব লাগিব। তাৰ পিছত ৱেবছাইটত প্ৰৱেশ কৰি All Tasks বিকল্পত থকা tasks বোৰত নিজৰ পচন্দৰ কামৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আবেদন গ্ৰহণ কৰা হয় তেন্তে ব্যক্তিজনৰ মূল্যায়ন কৰা হ’ব। আৰু সেইজন ব্যক্তিয়ে পৰীক্ষাত উত্তীৰ্ণ হ’লেহে এই চাকৰিটোত যোগদান কৰিব পাৰিব।

এই কামৰ বিশেষ সুবিধাটো হ’ল ইয়াত কোনো নিৰ্দিষ্ট সময় বা অফিচলৈ যোৱাৰ ব্যৱস্থা নাথাকে। নিজৰ সুবিধা অনুসৰি ঘৰতে এই কাম কৰিব পাৰিব। ফলত হোমৱৰ্ক, পঢ়া-শুনাৰ লগতে আজৰি সময়ত টকা উপাৰ্জন কৰিব পৰা যায়। আন এটা সুবিধা হ’ল এই চাকৰিৰ বাবে কোনো আবেদন মাচুল নাই, এই কামটো বিনামূলীয়াকৈ কৰিব পাৰিব।

উপাৰ্জনৰ কিমান হ’ব?

ভাৰত চৰকাৰৰ অনুমোদিত এই Flexibench ৱেবছাইটত এঘণ্টা অনলাইন কাম কৰি প্ৰায় ২০০০-২৫০০ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আপুনি এই কাৰ্য্যৰ এটা পৰীক্ষাত নিৰ্বাচিত হ’ব লাগিব। নিৰ্বাচিত হোৱাৰ পিছত কামটো সম্পূৰ্ণ কৰি ৱেবছাইটত জমা দিয়াৰ পিছতেই প্ৰাপ্য ধন বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব।

প্ৰফাইল কেনেকৈ বনাব?

যদি আপুনি ঘৰতে বহি ভাৰত চৰকাৰৰ ৱেবছাইটত কাম কৰিব বিচাৰে তেন্তে প্ৰথমে Google Chrome ৰ search bar ত Flexibench লিখি এই ৱেবচাইটটো চাৰ্চ কৰিব লাগিব। তাৰ পিছত ৱেবচাইটত প্ৰৱেশ কৰি আপোনাৰ সকলো তথ্য, ইমেইল আইডি আৰু পাছৱৰ্ড দি এটা প্ৰফাইল তৈয়াৰ কৰিব লাগিব। তাৰপিছতেই লাভ কৰিব কামৰ সুযোগ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd