• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথম পৰ্যায়ৰ ভোটদানত অপৰাধমূলক গোচৰত অভিযুক্ত ২৫২জন প্ৰাৰ্থী! শীৰ্ষস্থানত অৱস্থান বিজেপিৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 9, 2024 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সময়ৰো যে কি বিড়ম্বনা! এটা দশক পূৰ্বে এনে এটা লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই বিজেপিৰ তেতিয়াৰ ‘প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী’ নৰেন্দ্ৰ মোদীয়ে ক্ষমতালৈ আহিলে গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত সাংসদসকলক বিশেষ আদালতলৈ টানি নিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এবছৰৰ ভিতৰত দোষীক জেললৈ প্ৰেৰণ কৰা হ’ব বুলি দাবী কৰিছিল৷কিন্তু মোদীৰ দহ বছৰীয়া কাৰ্যকালত বহুখিনি বস্তুৱেই সলনি হ’ল৷

নিৰ্বাচনী পৰিস্থিতি পৰ্যবেক্ষণ কৰা  সংস্থা নেশ্যনেল ইলেকচন ৱাচ এণ্ড এছ’চিয়েশ্যন অৱ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি, ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনলৈ যাবলগীয়া ১০২টা লোকসভা সমষ্টিৰ ১৬ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ নেশ্যনেল ইলেকচন ৱাচ আৰু এডিআৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ১৬২৫ জন প্ৰাৰ্থীৰ ভিতৰত ১৬১৮ জন প্ৰাৰ্থীৰ মনোনয়নৰ সৈতে দাখিল কৰা শপতনামা পৰীক্ষা কৰে। ইয়াৰে ২৫২টা অপৰাধমূলক গোচৰ ৰুজু হৈছে।

Apply Now

এডিআৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২৫২ জন প্ৰাৰ্থীৰ ভিতৰত ১৬১ জন (অৰ্থাৎ মুঠ প্ৰাৰ্থীৰ ১০ শতাংশ)ৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে। ইয়াৰে ৭ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ, ১৮ জনৰ বিৰুদ্ধে ধৰ্ষণকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধ আৰু ৩৫ জনৰ বিৰুদ্ধে ঘৃণামূলক ভাষণৰ অভিযোগ আছে। দল অনুসৰি বিজেপিৰ অপৰাধমূলক গোচৰত অভিযুক্ত প্ৰাৰ্থীৰ সংখ্যা সৰ্বাধিক। ৭৭ জনৰ ভিতৰত ২৮ জনেই হ’ল বিজেপিৰ। সেয়া হ’ল ৩৬ শতাংশ। ইয়াৰ পাছত কংগ্ৰেছ। তেওঁলোকৰ ৫৬ জন প্ৰাৰ্থীৰ ভিতৰত ১৯ জনেই (৩৪ শতাংশ) শপতনামাত ঘোষণা কৰিছিল যে তেওঁলোক অপৰাধমূলক গোচৰত অভিযুক্ত হৈছে।

কিন্তু শতকৰা হাৰত আৰজেডি আছে প্ৰথম স্থানত। বিহাৰত প্ৰথম ৰাউণ্ডৰ ভোটদানত অৰ্থাৎ ১০০ শতাংশ লালু প্ৰসাদৰ দলৰ চাৰিজন প্ৰাৰ্থীৰ প্ৰতিজনেই বিভিন্ন অপৰাধমূলক গোচৰত অভিযুক্ত! শতাংশৰ ক্ষেত্ৰত ডি এম কে (৫৯ শতাংশ), সমাজবাদী পাৰ্টি (৪৩ শতাংশ), তৃণমূল (৪০ শতাংশ) পৰৱৰ্তী তিনিটা স্থানত আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd