DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত পুনৰ ২৬ গৰাকী বি এছ এফৰ জোৱান কোভিড-১৯ প’জিটিভ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 6:49 pm
Story-2-8-1140x570
179
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে মেঘালয়ত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১২১ গৰাকীলৈ বৃদ্ধি পায়।

নতুনকৈ ২৬ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে মেঘালয়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

শুকুৰবাৰে মেঘালয়ত ক’ৰ’না আক্ৰান্ত হোৱা আটাইকেইগৰাকী লোক ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।

‘‘বি এছ এফৰ আৰু ২৬ গৰাকী লোক ক’ৰ’না প’জিটিভ হৈছে। ৰাজ্যত মুঠ ক’ৰ’না আক্ৰান্ত সংখ্যা ১২১ গৰাকীলৈ বৃদ্ধি পালে, সুস্থ হোৱা লোকৰ সংখ্যা ৪৫,’’ মুখ্য মন্ত্ৰী কনৰাড চাংমাই টুইটাৰ যোগে কয়।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰেও ৩৮ গৰাকী বি এছ এফৰ জোৱান মেঘালয়ত ক’ৰ’না সংক্ৰমিত হৈছিল।

মেঘালয়ত বি এছ এফৰ জোৱান ক’ৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে উমপ্লিঙত থকা বি এছ এফৰ মুখ্য কাৰ্য্যালয়ত কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

ৰাজ্যখনৰ বি এছ এফৰ মুখ্য কাৰ্য্যালয়ৰ পৰা বি এছ এফৰ জোৱান সকলক ৰাজহুৱা স্থানত অংশ নলবলৈ আৰু কোনোধৰণৰ অনুষ্ঠান আৰু ফাংছনত অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd