DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাইৰাচৰ বিৰুদ্ধে সফলতা! পৰিয়ালৰ ২৬জন সদস্য আক্ৰান্ত হৈছিল ক’ভিডত, বৰ্তমান সম্পূৰ্ণ সুস্থ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 9:29 am
349
VIEWS
Share on FacebookShare on Twitter

একেটা পৰিয়ালতে ২৬জনকৈ লোক ক’ভিডত আক্ৰান্ত হৈছিল।

তাৰ মাজতে ৮৭ বৰ্ষীয় এজন বৃদ্ধও আছিল।

বৃদ্ধজনে কেইবছৰমানৰ পূৰ্বে নিজৰ এটা কিডনিও দান কৰিছিল।

পৰিয়ালটোৰ আটাইকেওজন লোক বৰ্তমান ক’ভিডৰ পৰা সম্পূৰ্ণ সুস্থ হৈ পৰিছে।

পৰিয়ালৰ তৰফৰ পৰা জনা গৈছে, চিকিৎসকৰ পৰামৰ্শ মানি চলাৰ ফলতে তেওঁলোকৰ হাৰ মানিছে ভাইৰাচে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এই পৰিয়ালটোৰ এই সফলতাই আশাৰ বতৰা কঢ়িয়াই আনিছে স্থানীয় লোকসকলৰ মনত।

৮৭ বৰ্ষীয় বৃদ্ধজনৰ নাম ৰাঘবেন্দ্ৰ মিশ্ৰ।

বৃদ্ধজনৰ যৌথ পৰিয়ালটোত মুঠ ৩১জন সদস্য আছে।

প্ৰয়াগৰাজৰ আজাদ নগৰৰ বাসিন্দা ৰাঘৱেন্দ্ৰ যোৱা ১১ এপ্ৰিল তাৰিখে ক’ভিডত আক্ৰান্ত হৈছিল।

তাৰ পাছত ১০ দিনৰ ভিতৰতে পৰিয়ালটোৰ ২৫জনকৈ সদস্য আক্ৰান্ত হয়।

কিন্তু বৰ্তমান আটাইকেওজন সদস্য ধীৰে ধীৰে সুস্থ হৈ উঠিছে।

ক’ভিডৰ পৰা মুক্তি লাভ কৰা ৰাঘবেন্দ্ৰৰ পুত্ৰ ৰবীন্দ্ৰ মিশ্ৰই জনোৱামতে বিগত একমাহ ধৰি তেওঁলোকে আইচলেচনত আছিল আৰু চিকিৎসকৰ পৰামৰ্শ মানি ঔষধ খোৱাৰ উপৰিও পৰিয়ালৰ প্ৰত্যেকেই যোগাভ্যাস কৰিছে।

তদুপৰি হালধিসনা গাখীৰো পান কৰিছে বুলি তেওঁ জনায়।

”এতিয়া আমাৰ পৰিয়ালৰ প্ৰত্যেকেই সুস্থ হৈ উঠিছে আৰু ভালে আছে।”- তেওঁ কয়।

Recent News

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

Eknath Shinde-Devendra Fadnavis: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেৰ শপত গ্ৰহণ; উপ মুখ্যমন্ত্ৰী হ’ল দেৱেন্দ্ৰ ফাড়নৱিছ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd