DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰিপ’ৰ্ট নিগেটিভ,চিকিৎসকৰ মৃত্যু পিছে ক’ৰ’ণাৰ লক্ষণত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2020 7:07 pm
download (1)
17.3k
VIEWS
Share on FacebookShare on Twitter

 

এগৰাকী চিকিৎসক। নাম অভিষেক ভায়ানা।২৬ বছৰীয়া এই গৰাকী চিকিৎসকৰ মৃত্যুৰ কাৰণক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ।

ক’ৰ’ণা ভাইৰাছে মহা সংহাৰৰ সৃষ্টি কৰা নতুন দিল্লীৰ এখন চিকিৎসালয়ত কৰ্মৰত অভিষেক ভায়ানা নামৰ চিকিৎসক গৰাকীয়ে বিগত প্ৰায় ১০ দিন ধৰি ভুগি আছিল জ্বৰত।

নতুন দিল্লীৰ মৌলানা আজাদ ইনষ্টিটিটত কাম কৰা চিকিৎসক গৰাকীয়ে যিহেতু ক’ৰ’ণা ৰোগীৰ চিকিৎসাতেই জড়িত সেই বাবেই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰি ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱাইছিল।

কিন্তু প্ৰথম বাৰৰ পৰীক্ষাত তেওঁৰ দেহত ক’ৰ’ণা ভাইৰাছৰ কোনো অৱস্থিতি পোৱা নগ’ল। তথাপি তেওঁ জ্বৰৰ পৰা মুক্ত নোহোৱাত কিছুদিন পিছত পুনৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰোৱায়।

এইবাৰো তেওঁৰ দেহত ক’ৰ’ণাৰ কোনো চিন পোৱা নগ’ল। চিকিৎসক হোৱা সূত্ৰেই অভিষেকে কিন্তু নিজে ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি একপ্ৰকাৰ নিশ্চিত হৈছিল।

কিন্তু পৰীক্ষাৰ ৰিপ’ৰ্টত ক’ৰ’ণাৰ উপস্থিতি ধৰা নপৰাত তেওঁ বিপাঙত পৰিছিল।ক’ৰ’ণাত আক্ৰান্ত হ’লে যিবোৰ লক্ষণে দেখা দিয়ে সেই সকলোবোৰ লক্ষণেই অভিষেকৰ দেহত আছিল।

অৱশেষত জ্বৰ, কাঁহ আৰু শ্বাস কষ্টত ভুগি অভিষেকে শেষ নিশ্বাস ত্যাগ কৰিলে। ক’ৰ’ণাৰ সকলো লক্ষণ থকাৰ পিছতো ৰিপ’ট নিগেটিভ অহাৰ কথাই এতিয়া অভিষেকৰ পৰিয়ালক দোমোজাত পেলাইছে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd