• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ক’ত কিমান হৈছে ভোটদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2021 2:30 pm

1 min read

a bjjpp
233
VIEWS
Share on FacebookShare on Twitter

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে।

এতিয়ালৈ কোনো এটা সমষ্টিৰ পৰাই কোনো হিংসাত্মক ঘটনাৰ খবৰ অহা নাই।

ৰাজ্যৰ ৪৭ টা সমষ্টিত আজি ৮১,৯,৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱস্ত্য কৰিব।

পুৱাৰে পৰা এতিয়ালৈকে বিভিন্ন স্তানত হোৱা ভোটদানৰ হাৰ এনে ধৰণৰ—

আবেলি ১.৪৫ বজালৈকে:শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভোটদান হৈছে ৫৬.৭০ শতাংশ।

আবেলি ১.৪৫:৪৭ টা সমষ্টিতে োটদানৰ সামগ্ৰীক হাৰ ৪৫.২৪ শতাংশ।

দুপৰীয়া ১২.৪৫:মৰিয়নীত ১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈকে:তিনিচুকীয়াত ২৫ শতাংশ, ডুমডুমাত ৩০ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০:ঢেকীয়াজুলিত ৩২ শতাংশ,বৰচলাত ২৬.৭০ শতাংশ,তেজপুৰত ২৭.৭০ শতাংশ, চতিয়াত ২১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈ:আমগুৰীত ২৮.৩৪ শতাংশ,শিৱসাগৰত ২৯.৬৩ শতাংশ ভোটদান হৈছে।

দুপৰীয়া ১২.২৬ বজাত :শদিয়াত ২১.৬৭ শতাংশ ভোটদান হয়।

১২.২০ বজালৈ:নাজিৰাত ভোটদান হৈছে ১৯ শতাংশ।

 

Recent News

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমূল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমূল চাঞ্চল্য

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

বৈষম্যমূলক! কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেকচিন নীতিক সমালোচনা ছোনিয়া গান্ধী, মমতা বেনাৰ্জীৰ

বৈষম্যমূলক! কেন্দ্ৰীয় চৰকাৰৰ নতুন ভেকচিন নীতিক সমালোচনা ছোনিয়া গান্ধী, মমতা বেনাৰ্জীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd