• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

বৰদিনৰ উচাহত উদ্দীপিত ডিমাপুৰ : মুখ্য মন্ত্ৰীৰ শুভেচ্ছা সমগ্ৰ নাগা জাতিলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 4:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চহৰখনৰ নাগাৰ্জন ছাব-ষ্টেইশ্যনটোত থকা একমাত্ৰ ২০ এম ভি এ ট্ৰেন্সফ’ৰমাৰটো বিকল হোৱাত  যোৱা এমাহ ধৰি সৰু চহৰখন প্ৰায় আন্ধাৰত ডুব গৈ আছিল যদিও যোৱা কেইদিনত চহৰখনলৈ আৰু ইয়াৰ মানুহবোৰৰ মনলৈ পুনৰ নতুন উচাহৰ আগমন দেখা পোৱা গৈছে। সাময়িক আন্ধাৰে বৰদিনৰ আয়োজনত নিম্নগামী চাপ দিছিল যদিও সম ক্ষমতাৰ নতুন এটা ট্ৰেন্সফ’ৰমাৰৰ সংস্থাপনে ম্লান পৰা উচাহক আকৌ তুলি ধৰা দেখা গৈছে। কাৰণ প্ৰায়সকলেই এতিয়া আকৌ ব্যস্ত হৈ পৰিছে তেওঁলোকৰ ঘৰবোৰ, দোকানবোৰ, আলি-পদূলিবোৰ আটকধুনীয়াকৈ সজোৱাত। তেওঁলোকৰ মাজত দেখা গৈছে এক পুনৰুজ্জীৱিত উদ্যম। তাৰ মাজতে আহিছে মুখ্য মন্ত্ৰীয়ে তেওঁলোকলৈ আৰু লগতে সমগ্ৰ নাগা জাতিলৈ পঠিওৱা বৰদিনৰ শুভ বাৰ্তা। চহৰখনৰ বহুতে নিশ্চিত নাছিল তেওঁলোকে বৰদিনৰ আগত তেওঁলোকৰ ঘৰবোৰলৈ পোহৰৰ আগমন ঘটিব নে নাই। বহুতৰ ব্যৱসায়তো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছিল। অৱশ্যে তাৰ মাজতো চহৰখনৰ কিছু সংখ্যকে প্ৰাক-বৰদিন উদযাপন কৰিছিল। ট্ৰেন্সফ’ৰ্মাৰটোৰ সংস্থাপনৰ মাজেৰে পৰ্য্যাপ্ত পোহৰৰ আগমন তেওঁলোকৰ উদযাপনত স্বাভাৱিকতেই হৈ পৰিল এক পৰম কাংক্ষিত সংযোজন। ইয়াৰ সমান্তৰালভাৱে তেওঁলোকলৈ আহিছে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙে সমগ্ৰ নাগালেণ্ডবাসীলৈ প্ৰেৰণ কৰা বৰদিনৰ শুভেচ্ছা বাৰ্তা। স্থানীয় বাতৰিকাকতৰ জৰিয়তে এটা বাৰ্তাত মুখ্য মন্ত্ৰীজনে কয় যে তেওঁ সকলো নাগালেণ্ডবাসীলৈ বৰদিনৰ আনন্দৰ বাৰ্তা দিয়াৰ সুযোগ গ্ৰহণ কৰি শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে সমৃদ্ধিপূৰ্ণ শুভ নৱবৰ্ষৰো শুভেচ্ছা জনাইছে।

Apply Now

আনহাতে ১২ ডিচেম্বৰৰ আবেলি নাগালেণ্ডৰ বিধানসভাৰ বিধায়কসকলে ক’হিমাৰ ৰাজ্যিক ভোজন গৃহত এটা প্ৰাক-বৰদিন অনুষ্ঠানত মিলিত হয়। তাত উপস্থিত থকা মুখ্য মন্ত্ৰী জেলিয়াঙে তাত বিধায়কসকলক সম্বোধন কৰি নিজৰ চমু ভাষণ প্ৰদান কৰে। নিজৰ ভাষণত তেওঁ কয়, সকলো স্তৰৰ নেতাসকলৰ বাবে আমি প্ৰাৰ্থনা কৰো আহক যাতে আমাৰ ভগৱানৰ দয়া আৰু ত্ৰাণকৰ্তা যীছুৱে তেওঁলোকৰ হৃদয়বোৰ কোমলতাৰে পূৰ কৰক আৰু লগতে তেওঁলোকক জ্ঞানী, সাহসী আৰু নম্ৰ কৰি তোলক। লগতে আমি বিভিন্ন গোটৰ নাগাসকলৰ মাজত শান্তি, মিলাপ্ৰীতিৰ বাবেও প্ৰাৰ্থনা কৰো আহক। তেওঁ লগতে এইবুলিও কয় যে সমগ্ৰ বিশ্বই এতিয়া শান্তিৰ বাবে হাহাকাৰ কৰি আছে আৰু বৰদিনৰ বাৰ্তাৰ মাজত এইটো দিব পৰা শক্তি লুকাই আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd