• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আতচবাজীৰ ভয়াৱহ প্ৰভাৱ: একেদিনাই চিকিৎসালয়ত আতচবাজীৰ কুপ্ৰভাৱৰ বলি হোৱা ৩২ গৰাকী ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2022 7:03 am
Firecracker Linked Eye Injuries
182
VIEWS
Share on FacebookShare on Twitter

পোহৰৰ উৎসৱ দেৱালীৰ সময়ত পাৰিপাৰ্শ্বিক অৱস্থাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ বাবে আতচবাজীৰ ব্যৱহাৰক লৈ যথেষ্ট চৰ্চা হয় যদিও আনন্দ-উৎসৱৰ নামত ইয়াৰ প্ৰচলন হৈ আহিছে।

কেৱল পৰিৱেশৰ প্ৰতি অনা ভাবুকিয়ে নহয়, ব্যক্তিৰ স্বাস্থ্যৰ ওপৰতো আতচবাজীয়ে কেনে কুপ্ৰভাৱ পেলাব পাৰে, তাৰ এক উদাহৰণ পোৱা গৈছে চণ্ডীগড়ত।

চণ্ডীগড়ৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত শেহতীয়াকৈ দেৱালীত ফুটোৱা আতচবাজীৰ ফলত চকুত আঘাত পোৱা ২৮ গৰাকী ৰোগীৰ চিকিৎসা কৰা হৈছে।

মঙলবাৰে প্ৰতিষ্ঠানটোৰ দ্বাৰা জাৰী কৰা এক বিবৃতি অনুসৰি, প্ৰতিষ্ঠানটোৰ এডভান্সড আই চেণ্টাৰত এনে কাৰণত ২৮ গৰাকী ৰোগীয়ে চিকিৎসা কৰিছে।

এই ৰোগীসকলৰ ভিতৰত ২৫ গৰাকী পুৰুষ আৰু তিনিগৰাকী মহিলা। ইয়াৰে ১৬ গৰাকীৰ বয়স ১৫ বছৰতকৈ কম বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি ১৪ গৰাকী ৰোগীয়ে নিজে আতচবাজী ফুটোৱাই থকাৰ বিপৰীতে আন চৈধ্যগৰাকীয়ে আতচবাজী ফুটোৱা চাই থকাৰ সময়তে চকুত আঘাত পাইছিল।

ৰোগীসকলৰ ১১ গৰাকী চণ্ডিগড়ৰ, ছয়গৰাকী পঞ্চকুলাৰ আৰু বাকীসকল চুবুৰীয়া ৰাজ্য পঞ্জাৱ (৩), হাৰিয়ানা (৫) আৰু হিমাচল প্ৰদেশৰ (৩) আছিল বুলি লগতে সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে।

এই ২৮ গৰাকী ৰোগীৰ ভিতৰত ১১ গৰাকীৰ জৰুৰীকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন বুলি জানিবলৈ দি কৰ্তৃপক্ষই লগতে বাকী ৰোগীসকলে সামান্য আঘাত পাইছে বুলি উল্লেখ কৰে।

চকুৰ আঘাতৰ এই ঘটনাসমূহৰ উপৰিও আতচবাজীৰ ফলত শৰীৰত পোৰা আঘাতৰ চাৰি গৰাকী ৰোগীও প্ৰতিষ্ঠানটোৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত ভৰ্তি হয় বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd