• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ২৯ খনকৈ চুৰি বাইক জব্দ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , October 6, 2019 3:31 pm

2 min read

29.4k
VIEWS
Share on FacebookShare on Twitter

পূজাৰ বতৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত উঠিছে বাইকৰ উজান। ৰে’লৱে আৰক্ষীয়ে আজি পুৱা প্ৰায় ১১ বজাত এক অভিযান চলাই ৰে’লৱে ষ্টেশ্যনৰ পৰা ২৯ খনকৈ চুৰি বাইক জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জব্দ কৰা বাইকসমূহ  দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হৈছিল। বাইকসমূহ দিল্লী, উত্তৰ প্ৰদেশ, মণিপুৰ, বিহাৰ, হাৰিয়ানা, ছত্তিশগৰ আৰু ৰাজস্থানত পঞ্জীয়নকৃত।

ৰে’লৱে আৰক্ষীয়ে জনোৱা মতে ট্ৰেইনৰ পৰা নমাই বাইকসমূহ পাৰ্চেল গুদামত ৰাখি থোৱা অৱস্থাত গোপন এক খবৰৰ ভিত্তিত অভিযান চলাই ৰে’লৱে আৰক্ষীয়ে বাইকসমূহ জব্দ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ২ অক্টোবৰত গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত ৰে’লৱে আৰক্ষীয়ে ১৩ খনকৈ চুৰি বুলেট জব্দ কৰিবলৈ সক্ষম হৈছিল। জব্দ কৰা বাইকসমূহৰ গৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই ৰেইলৱে আৰক্ষীয়ে।

লগতে পঢ়ক এখন-দুখন নহয়; গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত জব্দ ১৩ খনকৈ চুৰি বুলেট

আনহাতে ২৯ ছেপ্টেম্বৰৰ দিনা তিনিজন ব্যক্তি ক্ৰমে মহম্মদ ৱাহিদূৰ ৰহমান(৩৫), ৱাৰিছ খান(২৩) আৰু মমতাযোৰ ৰহমান(২২)ক ৰে’লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা তিনিজনৰে ঘৰ নতুন দিল্লীৰ থাউৱেল জিলাত।

যোৱা ২৫ চেপ্টেম্বৰৰ পৰা আজিলৈকে মুঠ ৪৫ খন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে ৰেইলৱে আৰক্ষী। অৱশ্যে এই বাইক চুৰি কাণ্ডৰ মাষ্টাৰ মাইণ্ড বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই।

ৱাৰিছ খানৰ জ্যেষ্ঠ ভাতৃ সুৰজ খান এই বাইক চুৰি চক্ৰৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd