DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাৰ উচিত বিচাৰ হ’ব: মন্ত্ৰী অতুল বৰাৰ আশ্বাস

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 12:37 pm
atul

অগপ সভাপতি অতুল বৰাৰ ফাইল ফটো

91
VIEWS
Share on FacebookShare on Twitter

অসমৰ ভিন্ন স্থানৰ কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাক লৈ চলি থকা বিতৰ্কই জোকাৰি গৈছে অসম চৰকাৰক। এই বিতৰ্কৰ মাজতে বিষয়টোৰ উচিত বিচাৰ কৰাৰ প্রতিশ্রুতি দিছে কৃষি মন্ত্রী অতুল বৰাই৷

ইতিমধ্যে সংশ্লিষ্ট সচিবগৰাকীক তদন্তৰ দায়িত্ব অর্পণ কৰাৰ পাছত এতিয়া তদন্তৰ প্রতিবেদনলৈ অপেক্ষা কৰিছে মন্ত্রী বৰাই৷

বিষয়টো সন্দৰ্ভত কৃষি মন্ত্রী বৰাই আজি সাংবাদিকৰ আগত কয় যে তদন্তৰ প্রতিবেদন পালে উচিত বিচাৰ কৰা হ’ব৷ চৰকাৰে যোগান ধৰা সঁচ ব্যৱহাৰ কৰি কৃষকে পতান পোৱাত গভীৰ উদ্বেগ ব্যক্ত কৰি মন্ত্রী বৰাই কয় যে ইতিমধ্যে তেওঁ কৃষি বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰিছে৷ এই সন্দর্ভত আলোচনা কৰাৰ কথা সদৰী কৰি এতিয়াৰ পৰা বীজ বিতৰণৰ পূর্বে বিভাগক আগতীয়াকৈ চোৱা-চিতা কৰিবলৈ নির্দেশ দিয়া হ’ব বুলিও সদৰী কৰে মন্ত্ৰী বৰাই৷

বীজ বিতৰণৰ পূর্বে সঠিক নিৰীক্ষণৰ অভাৱতো কৃষক ক্ষতিগ্রস্ত হয় বুলি উল্লেখ কৰি তেওঁ কোনো কোনো অঞ্চলৰ কৃষকে ধানৰ পৰিৱর্তে পতান পোৱাৰ কথা একপ্রকাৰ স্বীকাৰ কৰে৷ অৱশ্যে এই ক্ষেত্রত যাৱতীয় পদক্ষেপ গ্রহণ কৰি কৃষকক সকাহ দিয়াৰ ব্যৱস্থা গ্রহণৰো আশ্বাস দিয়ে৷ আনহাতে অচিৰেই মুখ্যমন্ত্রীৰ গ্রাম্য উন্নয়ন আঁচনিৰ অধীনত কৃষক গোটক ট্রেক্টৰ যোগান ধৰা হ’ব বুলিও জানিবলৈ দিয়ে৷ এই সন্দর্ভত সকলো জিলা কৃষি বিষয়াক নির্দেশ দিয়াৰ কথা উল্লেখ কৰে৷

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd