• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা দ্বিতীয় চৰাইদেউ মহোৎসৱ আৰম্ভ

চৰাইদেউ মৈদামস্থলী উন্নয়ণৰ বাবে ৫ কোটি টকা ঘোষণা বিত্ত মন্ত্ৰী ড০ শৰ্মাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 2, 2019 8:29 pm
IMG-20190102-WA0000
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা চৰাইদেউ জিলাত আৰম্ভ হৈছে দ্বিতীয় চৰাইদেউ মহোৎসৱ। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চৰাইদেউ জিলাবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হৈছে এই মহোৎসৱ।

আজি পুৱা চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে পতকা উত্তোলন কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। তাৰ পিছতেই দ্বিতীয় কাৰ্য্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মাণিক গগৈ আৰু বিশিষ্ট অধিবক্তা ডম্বৰু ৰাজকোঁৱৰে লগতে উদযাপন সমিতিৰ কাৰ্য্যকৰি সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে বৃক্ষ ৰোপণ কৰে।  ইয়াৰ পাছতেই অসম চৰকাৰৰ শক্তি তথা গড়কপ্তানী বিভীগৰ ৰাজ্যিক মন্ত্ৰী তপন গগৈয়ে প্ৰদৰ্শনীৰ দ্বাৰ উদ্ধোধন কৰে।

Apply Now

দ্বিতীয় চৰাইদেউ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য তথা গড়কপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিপেডৰ পৰা পোনে পোনে চৰাইদেউ মৈদাম-ক্ষেত্ৰলৈ আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰত্নতাত্বিক প্ৰতিষ্ঠানৰ অধীনত থকা মৈদাম ক্ষেত্ৰত প্ৰৱেশ কৰি মৈদামসমুহ পৰিদৰ্শন কৰাৰ লগতে আহোম পুৰোহিতৰ পৰিচালনাত হোৱা ফুৰালুং আৰু বানফি পূজাত অংশ গ্ৰহণ কৰে। নিজৰ ভাষণ প্ৰসঙ্গত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৈদাম সংৰক্ষণৰ বাবে এক কোটি টকাৰ এক পোকেজ অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰে। তাৰোপৰি চৰাইদেউ মৈদামস্থলী সামগ্ৰিক উন্নয়ণৰ বাবে ৫ কোটি টকা ঘোষণা কৰে।

আনহাতে শিৱসাগৰ সোণাৰি নামৰূপৰ জৰাজীৰ্ণ পথটো চাৰিলেন যুক্ত পথ হিচাপে নিৰ্মাণ কৰাৰ পোষকতা কৰে। এই ক্ষেত্ৰত অহা মাহত চৰকাৰৰ মালা আঁচনিৰ অধীনত কামৰ শুভাৰম্ভ কৰা হব বুলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই উদ্বোধন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে। অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁই, প্ৰাক্তন মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, মাহমৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰুণ্য কুমাৰ কোঁৱৰ, এপিজিচিএলৰ উপাধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, বিজেপি নেত্ৰী সুৰভি ৰাজকুমাৰী, যুৱনেতা প্ৰহ্লাদ গোৱালা, প্ৰবীণ কোঁৱৰ, ময়ুৰ বৰগোহাঁইৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd