DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভয়ংকৰ ঘূৰ্ণীবতাহ! প্ৰাণ কাঢ়িলে মুঠ ৯ জন লোকৰ, সেনাৰ উদ্ধাৰকাৰ্য অব্যাহত, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 2:10 pm
280
VIEWS
Share on FacebookShare on Twitter

ভয়ংকৰ ঘূৰ্ণীবতাহৰ কবলত পৰিছে দেশৰ পশ্চিম প্ৰান্তৰ।

সোমবাৰে মাজৰাতি মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ সাগৰীয় উপকূল অঞ্চলসমূহত টাউটে (tauktea) নামৰ এই ঘূৰ্ণীবতাহত বহু ক্ষয়-ক্ষতি হয়।

১৯০ কিলোমিটাৰ বেগত অহা এই ঘূৰ্ণীবতাহে কেইবাজনো লোকৰ প্ৰাণ হৰি নিয়াৰ লগতে বহু গছ-গছনী আৰু বাসগৃহৰো ক্ষতিসাধন কৰে।

বাতৰিত প্ৰকাশ পোৱা মতে, ঘূৰ্ণীবতাহে এই পৰ্যন্ত গুজৰাটত ৩জন আৰু মহাৰাষ্ট্ৰত ৬ জনকৈ লোকৰ প্ৰাণ কাঢ়িছে।

ভাৰতীয় সেনাই বৰ্তমান উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে।

আনহাতে, গুজৰাটৰ উপকূলত এখন জাহাজক ঘূৰ্ণীবতাহৰ কবলৰ পৰা ৰক্ষা কৰিছে ভাৰতীয় নৌসেনাই।

সোমবাৰে ৰাতি ঘূৰ্ণীবতাহৰ পূৰ্বেই আৰব সাগৰত যাত্ৰা আৰম্ভ কৰা জাহাজখনত ১৪৬ জনকৈ যাত্ৰী আছিল।

আটাইকেওজন যাত্ৰীকে নিৰাপদে উদ্ধাৰ কৰি অনা হয়।

বৰ্তমান ঘূৰ্ণীবতাহ ক্ৰমান্বয়ে কমি আহিছে বুলি জানিব পৰা গৈছে।

Recent News

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Seven burnt alive: চলন্ত অটোত অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৭ জন যাত্ৰীৰ, আহত আন কেইবাজনো

Assam Career

Assam Career : নুমলীগড় ৰিফাইনেৰীত (NRL) বিভিন্ন পদ খালী, কিদৰে কৰিব আবেদন?

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকাৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd