DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় কাৰাগাৰলৈ পুনৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 5:45 pm
Amritpal Singh
120
VIEWS
Share on FacebookShare on Twitter

কট্টৰ খালিস্তানী নেতা অমৃতপাল সিঙৰ তিনি সহযোগীক পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে। অসম আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই তিনিগৰাকী ব্যক্তিৰ ভিতৰত অমৃতপাল সিঙৰ খুৰাক হৰজিৎ সিঙো আছে।

আজিৰ এই তিনি ব্যক্তিকে ধৰি যোৱা ১৯ মাৰ্চৰ পৰা অমৃতপাল সিঙৰ ‘ৱাৰিছ পঞ্জাব দে’ (WPD)ৰ সৈতে জড়িত মুঠ সাতগৰাকী সদস্যক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছে।

ৱাৰিছ পঞ্জাব দেৰ ধৃত আন দুগৰাকী সদস্যক কুলৱন্ত সিং ধলিৱাল আৰু গুৰিন্দৰ পাল সিং বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকীকে দিল্লীৰ পৰা বিমানেৰে অসমলৈ অনা হয়।

আনহাতে অমৃতপাল সিঙৰ খুৰাক হৰজিৎ সিঙে সোমবাৰে পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছত আজি বিমানেৰে অসমলৈ লৈ অহা হয়।

আজি পুৱা ৭.১০ বজাত হৰজিৎ সিঙক গুৱাহাটী বিমানবন্দৰৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। অমৃতপাল সিঙক ৱাৰিছ পঞ্জাব দেৰ নেতা হিচাপে প্ৰতিষ্ঠা কৰাত হৰজিৎ সিঙে অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইতিপূৰ্বে দেওবাৰে সংগঠনটোৰ আন চাৰিগৰাকী সদস্যক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল। এই চাৰি সদস্য আছিল ক্ৰমে দলজিৎ সিং কালসী, ভগৱন্ত সিং, গুৰমীত সিং, আৰু ‘প্ৰধানমন্ত্ৰী’ বাজেকা।

Recent News

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষাৰ দিশ পৰ্যালোচনা শক্তি মন্ত্ৰী আৰ কে সিঙৰ

যুদ্ধ কৰিবলৈ অস্বীকাৰ : সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে

যুদ্ধ কৰিবলৈ অস্বীকাৰ : সেনাবাহিনী এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ সৈনিকে

হিংসাৰ এপেষক পাছত মণিপুৰত অমিত শ্বাহ: শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে বিভিন্ন পক্ষৰে বৈঠক

হিংসাৰ এপেষক পাছত মণিপুৰত অমিত শ্বাহ: শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে বিভিন্ন পক্ষৰে বৈঠক

যকৃত সংৰোপন বা লিভাৰ ট্ৰাঞ্চপ্লান্ট

যকৃত সংৰোপন বা লিভাৰ ট্ৰাঞ্চপ্লান্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd