• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জাঁজীত ৩ সংগঠনৰ বাইক ৰেলী

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , November 20, 2018 8:28 pm

1 min read

A scene of bike rally taken out at Jhanji
236
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি শিৱসাগৰ আৰু যোৰহাট দুয়োখন জিলাৰ সীমামূৰীয়া জাঁজীত তিনিটাকৈ জাতীয় সংগঠনৰ দুই শতাধিক কৰ্মীয়ে এক বৃহৎ বাইক ৰেলী উলিয়াই।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আহোম সেনাৰ জাঁজী আঞ্চলিক সমিতি সমূহৰ উদ্যোগত জাঁজী পেট্টল ডিপোৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটো আনুষ্ঠানিকভাৱে পতাকা জোকাৰি শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক আব্দুল গফুৰ আহমদ আৰু বিশিষ্ট ব্যৱসায়ী হেমাংগ বৰুৱাই।

প্ৰায় দুই শতাধিক মটৰ চাইকেলৰ অংশগ্ৰহণেৰে বাহিৰ কৰা বাইক ৰেলীটো জাঁজীৰ পৰা ৬১ নং জাঁজী-আমগুৰি-মোককচাং সংযোগী ৰাষ্ট্ৰীয় ঘাই পথেদি আমগুৰি নগৰেদি সোমাই ধোদৰ আলি হৈ দেওৰজা-অভয়পুৰীয়া পথেৰে অতিক্ৰমী জামুগুৰিত উপস্থিত হয়।

ইয়াৰ পিছত বাইক ৰেলীটোৱে জাঁজী নদীৰ মথাউৰিয়েদি যোৰহাট জিলাত প্ৰৱেশ কৰে আৰু ললিত চন্দ্ৰ ৰাজখোৱা পথ হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেদি প্ৰায় ৪৫ কিঃমিঃ পথ অতিক্ৰমী পুনৰ জাঁজীত মিলিত হৈ সামৰণি পৰে।

প্ৰতিবাদকাৰী সকলে এই সময়ছোৱাত ঠায়ে ঠায়ে পথ সভা অনুষ্ঠিত কৰি জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবী জনায়।

Recent News

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

200001

কৃষি আৰু উদ্যান শস্যৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শুভাৰম্ভ: বিদেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd