• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অপাৰেচনত প্ৰাণ গ’ল ৩জন সন্ত্ৰাসবাদীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2021 12:15 pm

1 min read

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অপাৰেচনত প্ৰাণ গ’ল ৩জন সন্ত্ৰাসবাদীৰ
341
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে পুৱা জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ৩জন সন্ত্ৰাসবাদীক হত্যা কৰা হয়।

এনকাউণ্টাৰটোত দুজন অসামৰিক লোকো আঘাতপ্ৰাপ্ত হৈছে।

দক্ষিণ কাশ্মীৰ জিলাৰ কাকাপৰা অঞ্চলত সন্ত্ৰাসবাদীকেইজনৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে জম্মু-কাশ্মীৰ আৰক্ষী, সেনাবাহিনী আৰু চিআৰপিএফে যুটীয়াভাৱে এটা অপাৰেচন আৰম্ভ কৰে।

কিন্তু সন্ত্ৰাসবাদীকেইজনে গুলিচালনা কৰাৰ পাছতে অপাৰেচনটো এটা এনকাউণ্টাৰলৈ পৰ্যবসিত হয়।

বিশ্বস্ত সূত্ৰমতে, মৃত্যু হোৱা সন্ত্ৰাসবাদীকেইজন ভাৰতীয় জনতা পাৰ্টিৰ নেতা আনৱাৰ খানৰ জম্মু কাশ্মীৰ নৱগ্ৰামত থকা বাসগৃহত আক্ৰমণ কৰাৰ ঘটনাটোৰ স’তে জড়িত।

বৃহস্পতিবাৰে সংঘটিত আক্ৰমণটোত এজন কনিষ্টবলে প্ৰাণ হেৰুৱাইছিল।

সন্ত্ৰাসবাদীকেইজনক এইপৰ্যন্ত চিনাক্ত কৰা হোৱা নাই।

সুৰক্ষা বাহিনীৰ এনকাউণ্টাৰটোত আঘাতপ্ৰাপ্ত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেওঁলোকৰ নামসমূহ ইছৰাত জান (২৫) আৰু গোলাম নবী দাৰ (৪২) নামেৰে জনা গৈছে।

পিটিআইয়ে জনোৱামতে, তেওঁলোক পুলৱামা ছম্বুৰাৰ বাসিন্দা।

সুৰক্ষা বাহিনীৰ এই অপাৰেচনটোত বৰ্তমানেও চলি আছে।

Recent News

Ro

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

a myanmar

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

a vac

কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd