• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত পুনৰ ৩১ জন কোভিড পজিটিভ : এজনৰ বাহিৰে বাকীসকলৰ নাই ভ্ৰমণ বৃত্তান্ত

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , July 15, 2020 6:40 pm

1 min read

COVID19-positive-750x375-1

প্ৰতিনিধিত্বমূলক ফটো।

6.3k
VIEWS
Share on FacebookShare on Twitter

এক ভয়ানক পৰিস্থিতিৰ দিশে আগবাঢ়িছে শিৱসাগৰ। দৈনিক বৃদ্ধি পাই আছে কোভিড১৯ আক্ৰান্তৰ সংখ্যা।

মংগলবাৰে মাজনিশা শিৱসাগৰ জিলাৰ ৩১ জন ব্যক্তিৰ দেহত ধৰা পৰে ক’ভিড ১৯ পজিটিভ।

ইয়াৰে ৬ জন শিৱসাগৰ নগৰৰ, ১০ জন আমগুৰি, ১১ জন নাজিৰা আৰু ৪ জন ডিমৌৰ বুলি জানিব পৰা গৈছে।

শিৱসাগৰ স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা অতি ভয়ানক খবৰটো হ’ল যে,  এই ৩১ জন ব্যক্তিৰ ভিতৰত মাত্ৰ এজন ব্যক্তিৰ ভ্ৰমণ বৃত্তান্ত লাভ কৰিছে।

আন এজন ব্যক্তিৰ ভ্ৰমণ বৃত্তান্ত সন্দেহজনক বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে।

ইপিনে কন্টেইনমেন্ট জ’ন হিচাপে থকা অপ্সৰা নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনৰ তিনিগৰাকী ব্যক্তি আৰু শিৱসাগৰ এছবিআই শিৱসাগৰ শাখাৰ এগৰাকী কৰ্মচাৰীৰ দেহত কোভিড১৯ পজিটিভ পোৱা গৈছে।

শিৱসাগৰত গণ সংক্ৰমণৰ আশংকা কৰি জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে।

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ কোভিড১৯ৰ তত্বাধায়ক ডাঃ উদয়াদিত্য ৰাজকোঁৱৰে কয়, যিহেতু ক’ৰণা এবিধ সংক্ৰমণ ৰোগ, গতিকে ৰাইজে সামাজিক দূৰত্ব মানি মাস্ক পৰিধান কৰি বাহিৰলৈ আহিবলৈ আহিব লাগে আৰু ঘনে ঘনে হাত ধুই থাকিব লাগে।

শিৱসাগৰত সংক্ৰমণ বৃদ্ধি পালে ইয়াক ৰোধ কৰাতো কঠিন হ’ব বুলি মন্তব্য কৰে ডাঃ ৰাজকোঁৱৰে।

Tags: COVID-19

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd