• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩১ অক্টোবৰ শেষ দিন; যদি এইয়া নকৰে চিৰদিনলৈ বন্ধ হ’ব ৭ কোটি লোকৰ মোবাইল নম্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 5:41 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰৰ পিছত হয়টো বন্ধ হৈ পৰিব পাৰে ভাৰতৰ প্ৰায় ৭ কোটি মোবাইল য়ুজাৰৰ নম্বৰ। নম্বৰ বন্ধ নহ’বৰ বাবে য়ুজাৰসকলে টেলিকম ৰেগুলেট’ৰি অৱ ইণ্ডিয়া (TRAI)-এ বান্ধি দিয়া উক্ত সময়সীমাৰ ভিতৰত তেওঁলোকৰ নম্বৰসমূহ প’ৰ্ট কৰিব লাগিব।

যদি এই য়ুজাৰসকলে তেওঁলোকৰ নম্বৰসমূহ ৩১ অক্টোবৰৰ ভিতৰত প’ৰ্ট নকৰে তেন্তে ইয়াৰ পিছত আৰু কোনো দিন সেই নম্বৰ এক্টিভেত কৰিব নোৱাৰিব বুলি TRAIৰ ফালৰ পৰা সদৰী কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে এই ৭ কোটি চিম হৈছে বন্ধ হৈ পৰা টেলিকম কোম্পানি এয়াৰচেল (Aircel)ৰ। ২০১৮ চনত ৰিলায়েঞ্চ জিঅ’ তথা আন টেলিকম কোম্পানি সমূহৰ পৰা পোৱা তীব্ৰ প্ৰত্যাহ্বানৰ পিছত লোকচানত ডুব গৈ থকা এয়াৰচেলে ভাৰতত তেওঁলোকৰ নেটৱৰ্ক ছাৰ্ভিছ বন্ধ কৰিবলৈ বাধ্য হৈছিল।

সেই সময়ত সমগ্ৰ দেশতে তেওঁলোকৰ প্ৰায় ৯ কোটি গ্ৰাহক আছিল। এই ৯ কোটি য়ুজাৰে যাতে তেওঁলোকৰ মোবাইল নম্বৰ আন নেটৱৰ্কলৈ সলনি কৰিব পাৰে তাৰ বাবে কোম্পানিটোৱে TRAIক উক্ত গ্ৰাহকসকলৰ বাবে একোটা ইউনিক প’ৰ্টিং ক’ড অৰ্থাৎ UPC দিবলৈ অনুৰোধ জনাইছিল।

TRAIৰ মতে এতিয়ালৈকে ইয়াৰে ২ কোটি গ্ৰাহকে আন নেটৱৰ্কলৈ তেওঁলোকৰ নম্বৰসমূহ প’ৰ্ট কৰিলে যদিও এই পৰ্যন্ত ৭ কোটি য়ুজাৰে তেওঁলোকৰ নম্বৰ প’ৰ্ট কৰা নাই।

কিদৰে এয়াৰচেলৰ গ্ৰাহকসকলে তেওঁলোকৰ নম্বৰ কৰিব পাৰিব :

সেৱা বন্ধ কৰাৰ সময়ত এয়াৰচেলে তেওঁলোকৰ গ্ৰাহকসকলক এয়াৰচেলৰ ৱেবছাইটত গৈ নম্বৰ প’ৰ্ট কৰিবলৈ অনুৰোধ জনাইছিল, কিন্তু কিছুদিনৰ পিছতে এয়াৰচেলৰ ৱেবছাইটটো বিকল হৈ পৰে। ফলত এতিয়া য়ুজাৰসকলে মেনুয়েলি তেওঁলোকৰ নম্বৰ প’ৰ্ট কৰিব লাগে।

মেনুয়েলি প’ৰ্ট কৰিবৰ বাবে য়ুজাৰসকলে প্ৰথমতে UPC ক’ডটো উলিয়াব লাগিব। ইয়াৰ বাবে তেওঁলোকে নিজৰ মেছেজ ব’ক্সত গৈ PORT আৰু তেওঁলোকৰ মোবাইল নম্বৰটো লিখি তাক ১৯০০ নম্বৰত প্ৰেৰণ কৰিব লাগিব।

মেছেজটো প্ৰেৰণ কৰাৰ কিছু সময় পিছত এটা SMSৰ জৰিয়তে তেওঁলোকে UPC ক’ডটো লাভ কৰিব। উক্ত ক’ডটোৰ জৰিয়তে এয়াৰচেলৰ য়ুজাৰসকলে আন নেটৱৰ্কলৈ নিজৰ নম্বৰটো পৰ্ট কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd