• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সেনাৰ অভিযানত ডিব্ৰুগড়ৰ চেপনত ধৃত এনএছচিএন(আইএম)ৰ দুৰ্ধৰ্ষ কেডাৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
July 21, 2018 5:19 pm
IMG-20180721-WA0032
96
VIEWS
Share on FacebookShare on Twitter

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত শুকুৰবাৰে নিশা সেনাৰ ডাও ডিভিজনৰ এটা দলে ডিব্ৰুগড় জিলাৰ চেপনত এক অভিযান চলাই মাৰাণাস্ত্ৰসহ এনএছচিএন(আইএম)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আটকাধীন এনএছচিএন(আইএম)ৰ কেডাৰজন ৱাপাং ইমছেন (২৭) বুলি প্ৰকাশ কৰিছে সেনাৰ সূত্ৰই। উল্লেখযোগ্য যে ধৃত সদস্যজনৰ পৰা সেনাৰ অভিযানকাৰী দলটোৱে এটা ৩২ এমএম পিষ্টল, এটা মেগজিন, ২ জাই সক্ৰিয় গুলী আৰু এটা মোবাইল ফোন জব্দ কৰে।

আনহাতে ধৃত কেডাৰ জনে উজনি অসমৰ বিভিন্ন ঠাইত ধন দাবীকে আদি কৰি অন্যান্য ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত আছিল বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।

‘আটকাধীন সদস্যজনক মৰান আৰক্ষীক গতাই দিয়া হৈছে আৰু আৰ্মছ এক্টৰ অধীনত ধাৰা ২৫(১-৬) আৰু য়ু এ (পি) এক্ট ১৯৬৭ৰ অধীনত ১০/১৩ ধাৰাত এক গোচৰ ৰুজু কৰা হৈছে’। সেনাৰ এক সূত্ৰই এই কথা জানিবলৈ দিয়ে।

বিগত কিছু দিনত সেনাই চলোৱা ধাৰাবাহিক অভিযানত বহু কেইজন সন্ত্ৰাসবাদী সংগঠনৰ দুৰ্ধৰ্ষ কেডাৰ আটক হোৱাটোৱে উজনি অসমত যে এতিয়াও সন্ত্ৰাসবাদী সংগঠনৰ শক্তিশালী স্থিতি তাৰেই উমান দিছে।

উগ্ৰপন্থী আটক কৰাৰ ক্ষেত্ৰত আৰক্ষী- নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd