• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিদ্ৰোহত মৃত্যু ঘটা কৃষকৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি, আজি দেশজুৰি শ্ৰদ্ধাঞ্জলি দিৱস

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2020 9:37 am
farmersprotests
215
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰীকে ধৰি বহু কেইগৰাকী শীৰ্ষ ৰাজনীতিকৰ বাৰম্বাৰ আহ্বানৰ পিছতো ক্ষান্ত হোৱা নাই প্ৰতিবাদী কৃষকসকল।

কোনো কাৰণত তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন প্ৰত্যাৰ কৰিবলৈ সন্মত হোৱা নাই কৃষকসকলে।

দিল্লীৰ তেজ গোট মৰা শীতৰ মাজতে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলৰ মাজৰে ৩৩ জনৰ ইতিমধ্যে শীত প্ৰৱাহৰ ফলত প্ৰতিবাদস্থলীতে মৃত্যু ঘটিছে।

নিজৰ ঘৰৰ পৰা হাজাৰ কিলোমিটাৰ নিলগত এনেদৰে প্ৰাপ্য অধিকাৰৰ বাবে আন্দোলন কৰিবলৈ আহি মৃত্যুক সাৱটি লোৱা ৩৩ গৰাকী কৃষকৰ আত্মাৰ সদগতি কামনা কৰি আজি নিখিল ভাৰত কৃষক সভাই সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি দিৱসৰ আয়োজন কৰিছে।

সেই মৰ্মে  আজি দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ দেশৰ প্ৰায় ১ লাখ খন গাওঁত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালন কৰা হ’ব।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নৱেম্বৰত দিল্লী চ’লো কাৰ্যসূচীৰে দেশৰ কৃষকসকলে আৰম্ভ কৰিছিল কৃষক বিদ্ৰোহ।

কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী কৃষকসকলক সীমান্তত দিল্লী প্ৰৱেশত বাধা প্ৰদান কৰে। দিল্লী সংযোগী সকলো পথকে বিদ্ৰোহী কৃষকক প্ৰৱেশ নিষিদ্ধ কৰি বন্ধ কৰি দিলে দিল্লী আৰক্ষীয়ে।

ইয়াৰ পিছতে দিল্লী অভিমুখী বিদ্ৰোহী কৃষকসকলে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থান কৰিবলৈ বাধ্য হৈ পৰে।

হাৰিয়ানা অতিক্ৰম কৰি অহা পঞ্চাৱৰ কৃষকৰ লগতে হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে হাৰিয়ানা-দিল্লী চিঙ্ঘু সীমান্তত যোৱা ২৬ নৱেম্বৰৰ পৰা ২৪ দিন প্ৰচণ্ড শীততো দিন ৰাতি একাকাৰ কৰি কৃষক বিদ্ৰোহ অব্যাহত ৰাখিছে।

ইফালে চিঙ্ঘু সীমান্ততে বুধবাৰে কৃষক বিদ্ৰোহৰ প্ৰতি নিজৰ জীৱন উছৰ্গা কৰি বাবা ৰাম সিং নামৰ শিখ ধৰ্মগুৰু এজনে আত্মহত্যা কৰিছে।

“আমি প্ৰচণ্ড শীত আৰু শীত প্ৰৱাহৰ সৈতে যুঁজিব লগা হৈছে। প্ৰচণ্ড শীত আৰু বৰষুণ হ’লেও আমি আমাৰ দাবী পূৰণ নোৱোহালৈকে ইয়াত প্ৰতিবাদ কৰি থাকিম।” এজন কৃষকে কয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd