DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত পানীৰ তলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 20, 2020 1:32 pm
908
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক নদীৰ বাঢ়নী পানীৰ সমান্তৰালকৈ বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা আৱদ্ধ পানীত টীয়কৰ বঙালী গাঁৱৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ দুদিন ধৰি পানীৰ তলত বুৰ গৈ আছে।

টীয়ক নগৰৰ দক্ষিণ-পূৱ কোণত থকা লেতেকু পথাৰৰ সমীপত মেৰামতি বিহীনভাৱে থকা টীয়ক নদীৰ মথাউৰিৰে নগৰাঞ্চললৈ নদীখনৰ বাঢ়নী পানীৰ সোঁত বৈছে ।

এই বানৰ ফলত টীয়ক নদীৰ দুয়ো পাৰে থকা আবাসীক অঞ্চলসমূহো পানীত বুৰ গৈছে ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱা, পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা তথা একাংশ লোকে নভৱা-নিচিন্তাকৈ পকী গৃহ,পকী দেৱাল আদি নিৰ্মাণ কৰাৰ ফলত পানী নিস্কাশনৰ সকলো পথ বন্ধ হৈ পৰাত এনেদৰে টীয়ক নগৰৰ মাজমজিয়াত অচলাৱস্থাৰ সৃষ্টি হৈছে ।

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেদি পানী বাগৰাত যান-বাহন,পথাচাৰীৰ চলাচলত ব্যাঘাত জন্মা দেখা গৈছে।

চাৰিলেন যুক্ত পথৰ নিৰ্মাণ কাম আৰম্ভ হোৱাৰে পৰা এই সমস্যাই প্ৰতিবছৰে আৱাসী সকলৰ মাজত হাহাকাৰৰ সৃষ্টি কৰি আহিছে l

আনহাতে, সমস্যাটোৰ সমাধানৰ সুত্ৰ বিচাৰি ৰাইজে বহুবাৰ প্ৰশাসন তথা পথ নিৰ্মাতা কোম্পানীক সমস্যা সম্পৰ্কে অৱগত কৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছতো এই মুহুৰ্তলৈকে কোনো সুফল নোপোৱাত এতিয়া  ক্ষোভিত হৈ পৰিছে স্থানীয় জনতা।

তদুপৰি, টীয়ক চাহ বাগিছা, হাতখোলা, নদীতলি, বাঁহবাৰী, চাকুলীবৰ, উলুবাৰী আদি এলেকাৰ লগতে টীয়ক-বলমা- নকছাৰী পথৰ প্ৰথম অংশও এই বানৰ ফলত প্লাবিত হৈ পৰিছে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd