DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৃহ বিভাগৰ দায়িত্ব লৈয়েই ৩৮ গৰাকী আৰক্ষী অধীক্ষকক বদলি মুখ্যমন্ত্ৰীৰ; কোনে ক’ত পালে পোষ্টিং?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2021 8:35 pm
Assam-Police-Recruitment-2020-Apply-Online
663
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্ব লৈয়ে ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ ব্যাপক সাল-সলনি কৰা হৈছে।

মুঠ ৩৮ গৰাকী আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে।

তলত তালিকাখন উল্লেখ কৰা হ’ল :

– ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি কৰা হৈছে।

– কোকৰাঝাৰৰ SP ৰাকেশ ৰোছনক শিৱসাগৰৰ SP ৰূপে বদলি

– যোৰহাটৰ নতুন SP হ’ব অংকুৰ জৈন

– চিৰাঙৰ SP ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক

– কোকৰাঝাৰৰ SP ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক

– হাইলাকান্দিৰ নতুন SP হ’ব হামৰেণৰ ৰমনদীপ কৌৰ

– বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি

– কাছাৰৰ SP বি এল মীনাক দুৰ্নীতি নিবাৰকৰ SP নিযুক্তি

– গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি

– নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ SP ৰূপে বদলি

– মাজুলীৰ SP এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি

– গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি

– ডিব্ৰুগড়ৰ SP ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ

– গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা

– গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা

– শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি

– লখিমপুৰৰ SP ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক

– তিনিচুকীয়াৰ SP ৰূপে বদলি দেৱজিত্ দেউৰীক

– মাজুলীৰ SP ৰূপে নিযুক্তি গৌতম বৰাক

– মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি

– বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP ৰূপে নিযুক্তি

– চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউৰ SP ৰূপে বদলি

– মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি

– বঙাইগাঁৱৰ SP ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক

– বঙাইগাঁৱৰ সুবোধ সোণোৱালক SP ৰূপে দক্ষিণ শালমৰালৈ বদলি

– যোৰহাটৰ SP মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি

– শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি

– বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ SP ৰূপে নিযুক্তি

– দৰঙৰ SP ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক

– ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি

– হামৰেণৰ SP নিযুক্ত অজংৰান বসুমতাৰীক

– মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি

– হাইলাকান্দিৰ SP পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে নিযুক্তি।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd