• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্রহ্মপুত্র সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2019 4:33 pm

1 min read

ব্রহ্মপুত্র সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই

ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ,২০১৯

831
VIEWS
Share on FacebookShare on Twitter

৯ ফেব্ৰুৱাৰিৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় সংখ্যক ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত অংশগ্ৰহণ কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী মনিষা কৈৰালাই। দুৰাৰোগ্য কেঞ্চাৰ ৰোগৰ পৰা আৰোগ্য হৈ উঠা অভিনেত্ৰী গৰাকীয়ে ১০ ফেব্ৰুৱাৰিত “হেল্ড: চাৰ্ভাইভিং কেঞ্চাৰ” শীৰ্ষক এক বিশেষ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বুলি জি প্লাচৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

বিশেষ আলোচনা চক্ৰখনিত মনিষা কৈৰালাৰ কেঞ্চাৰৰ সৈতে আৰোগ্য লাভৰ বাবে কৰা ব্যক্তিগত প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰা হ’ব। আমেৰিকাত চিকিৎসা গ্ৰহণ কৰাৰে পৰা কিদৰে অভিনেত্ৰী গৰাকীয়ে নিজৰ জীৱন ওভতাই পাইছিল আৰু সুস্থহৈ ঘৰলৈ উভতিছিল এই সমগ্ৰ পৰিক্ৰমাৰ ওপৰত অভিনেত্ৰী গৰাকীয়ে অনুষ্ঠানত বৰ্ণনা কৰিব।

চলিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত দেশৰ লগতে অন্যান্য দেশৰ ১০০ গৰাকী লেখকে অংশগ্ৰহণ কৰি জনসাধাৰণৰ লগত মতবিনিময় কৰিব। অসম প্ৰকাশন পৰিষদে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। খেলৰ পৰা যুদ্ধ বিগ্ৰহলৈ সামৰি চল্লিশতকৈও অধিক বিভিন্ন বিষয়ৰ আলোচনা সাহিত্য উৎসৱৰ মজিয়াত অনুষ্ঠিত হ’ব। এছিয়ান দেশ সমূহৰ সাহিত্যৰ ওপৰতো বিশেষ আলোচনাৰ আয়োজনৰ ব্যৱস্থা কৰিছে উদ্যোক্তা সমিতিয়ে।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd