• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পুনৰ ক’ভিদ আতংক! ভাৰতত ধৰা পৰিছে চীনত আতংকৰ ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট সংক্ৰমিত চাৰি ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2022 8:05 pm
Covid In India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ গা কৰি উঠিছে ক’ভিদ আতংকই। ক’ভিদ মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ অৱসানৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও পুনৰ দেশত ধৰা পৰিছে সম্প্ৰতি চীনত আগ্ৰাসী ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট ‘অমিক্ৰণ বিএফ.৭’ সংক্ৰমিত চাৰি গৰাকী ৰোগী।

গুজৰাট আৰু উৰিষ্যাত ধৰা পৰিছে ক’ভিদৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগী কেইগৰাকী। গুজৰাটৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত দুগৰাকী ৰোগীৰ দেহত এই ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰিছে।

Apply Now

যোৱা অক্টোবৰ-নৱেম্বৰ মাহত বিএফ.৭ আৰু বিএফ.১২ ভেৰিয়েণ্টৰ অমিক্ৰনত ৰোগী কেইগৰাকী আক্ৰান্ত হোৱাৰ ৰিপ’ৰ্ট পোৱা গৈছে বুলি বিভাগে সদৰী কৰিছে।

অৱশ্যে হোম আইচ’লেশ্যনত চিকিৎসাধীন হৈ থকাৰ পিছত দুয়োগৰাকী ৰোগী এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি গুজৰাটৰ স্বাস্থ্য বিভাগে লগতে কয়।

ইফালে চীনত ক’ভিদৰ শেহতীয়া পৰিস্থিতিৰ পাছত তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰো। কেন্দ্ৰই দেশৰ সকলো ৰাজ্যক ক’ভিদ সংক্ৰমিত ৰোগীৰ নমুনা “Indian SARS-CoV-2 Genomics Consortium” (INSACOG) লেবলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, INSACOG হৈছে ভাৰতত সংক্ৰমণ হোৱা বিভিন্ন প্ৰকাৰৰ কৰ’ণা ভাইৰাছৰ অধ্যয়ন আৰু নিৰীক্ষণৰ বাবে গঠিত স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ এক সংস্থা।

আনহাতে ক’ভিদ সংক্ৰমণৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে আজিৰ পৰা দেশৰ বিমানবন্দৰসমূহত ক’ভিদ পৰীক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ নমুনা সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰই অৱশ্যে ক’ভিদৰ বাবে আতংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে যদিও অত্যধিক জনসমাগম হোৱা অঞ্চলত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd