• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত পুনৰ চাৰিগৰাকী কোভিড-১৯ আক্ৰান্তৰ মৃত্যু; মৃতকৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , July 29, 2020 8:31 am

1 min read

COVID19-positive-death-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

209
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত মঙলবাৰে পুনৰ চাৰি গৰাকী লোকৰ কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মঙলবাৰে মৃত্যু হোৱা লোক চাৰিগৰাকীৰ সৈতে ৰাজ্যখনত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ গৰাকীলৈ বৃদ্ধি পালে।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মঙলবাৰে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰি কয় ”দুৰ্ভাগ্যজনকভাৱে পুনৰ চাৰিগৰাকী কোভিড প’জিটিভ লোকৰ আজি মৃত্যু হয়।”

আনহাতে, মুখ্য মন্ত্ৰী দেৱে মঙলবাৰে ত্ৰিপুৰাত মুঠ ৬১৯৬ টা নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত ২২২ গৰাকী কোভিড-১৯ প’জিটিভ ৰোগী চিনাক্ত হয় বুলিও লগতে কয়।

”সজাগ হওঁক ৬১৯৬ টা নমুনাৰ ভিতৰত ২২২ টা কোভিড প’জিটিভ পোৱা গৈছে,” মুখ্য মন্ত্ৰী দেৱে টুইট কৰে।

নতুনকৈ কোভিড আক্ৰান্ত হোৱা ২২২ গৰাকী লোকৰ ভিতৰত ৭৬ গৰাকী পশ্চিম ত্ৰিপুৰাৰ, ২৬ গৰাকী চিপাহী জিলাৰ, ৩৯ গৰাকী গোমাটিৰ আৰু ২১ গৰাকী খোৱাই জিলাৰ।

তদুপৰি, উত্তৰ ত্ৰিপুৰা জিলাত ২২ গৰাকী লোক, উনাকটি জিলাত ৫ গৰাকী লোক, ঢলাইত ১২ গৰাকী লোক আৰু দক্ষিণ ত্ৰিপুৰাত ২১ গৰাকী লোক কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হয়।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd