• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2021 7:20 pm

1 min read

a capital
447
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৰাজধানী ক’ত বুলি প্ৰশ্ন কৰিলে উত্তৰ এটাই পোৱা যাব— নতুন দিল্লী।

কিন্তু দিল্লীতেই কেৱল ৰাজধানী স্থাপন কৰাৰ সলনি দেশৰ চাৰিটা চুকত চাৰি খন ৰাজধানী স্থাপনৰ দাবী উত্থাপন কৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে।

চাৰি খন ৰাজধানী স্থাপনৰ দাবী উত্থাপন কৰা মুখ্যমন্ত্ৰীগৰাকী হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

আজি কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠানত ভাষণ দি মমতাই কয় যে কলকাতা এটা সময়ত ভাৰতৰ ৰাজধানী আছিল।

এতিয়া পুনৰ চহৰ খনক দেশৰ ৰাজধানী হিচাবে গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি বুলি তেওঁ প্ৰশ্ন কৰে।

সংসদৰ মজিয়াত দেশৰ চাৰিটা কোণত চাৰিখন ৰাজধানী স্থাপনৰ বাবে তৃণমূল কংগ্ৰেছৰ সাংসদসকলক মাত মাতিবলৈ মমতাই আহ্বান জনায়।

তেওঁ লগতে কয় যে তামিলনাডু, কেৰালা অথবা কৰ্ণাটকত দেশৰ আন এখন ৰাজধানী স্থাপন কৰিব পাৰে।

উত্তৰপ্ৰদেশ, পঞ্জাব বা ৰাজস্থানতো আন এখন ৰাজধানী স্থাপনৰ তেওঁ পোষকতা কৰে।

উত্তৰ পূৰ্বাঞ্চলতো তেওঁ আন এখন ৰাজধানী স্থাপনৰ দাবী জনায়।দেশত ৰাজধানীৰ সংখ্যা বৃদ্ধি হ’লেহে প্ৰশাসনিক সুবিধা হোৱাৰ  দেশবাসী উপকৃত হ’ব বুলি তেওঁ মন্তব্য কৰে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd