• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪০ কোটি ফেইচবুক য়ুজাৰৰ ফোন নম্বৰৰ গোপনীয়তা উন্মোচিত!

TechCrunch-ৰ দাবী, কেইবাটাও ডেটাবেইছ ৰাখিছিল পাছৱৰ্ডবিহীন ছাৰ্ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 4:45 pm
FaceBook Remove Pages and Accounts

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেইচবুক কৰ্তৃপক্ষৰ শেহতীয়া এটা অসতৰ্কতাৰ ফলত ৪০ কোটি ফেইচবুক য়ুজাৰৰ ফোন নম্বৰৰ গোপনীয়তা উন্মোচিত হৈ পৰিছে বুলি দাবী কৰিছে প্ৰযুক্তি বিষয়ক এটা ৱেবছাইট TechCrunch-এ।

অৱশ্যে ফেইচবুক কৰ্তৃপক্ষই এই পৰিমাণ আৰু গোপনীয়তা উন্মোচিত হোৱাৰ পৰা হ’ব পৰা ক্ষতি প্ৰতিবেদনটোৱে দাবী কৰা ধৰণৰ নহয় বুলি কৈছে।

Apply Now

TechCrunch-ৰ এই দাবীৰ ভিত্তিত ৪ ছেপ্টেম্বৰত আমেৰিকাৰ সংবাদ মাধ্যমে বাতৰি দি কয় যে ৪০০ মিলিয়নতকৈ অধিক ফেইচবুক একাউণ্টৰ সৈতে সম্পৰ্কিত ফোন নম্বৰবোৰ অনলাইনত তালিকাবদ্ধ কৰা হৈছিল, যিটো বিয়াগোম ছ’চিয়েল মিডিয়াটোৰ গোপনীয়তা সম্পৰ্কীয় ত্ৰুটি।

ডেটাবেইছবোৰে ফেইচবুক য়ুজাৰ আই ডিবোৰ, অৰ্থাৎ প্ৰতিটো একাণ্টৰ সৈতে সংলগ্ন হৈ থকা মৌলিক সংখ্যাবোৰ, প্ৰফাইল ফোন নম্বৰবোৰ আৰু কিছুমান একাউণ্টৰ দ্বাৰা দিয়া লিংগ সম্পৰ্কীয় তথ্য আৰু তেওঁলোকৰ ভৌগোলিক অৱস্থান তালিকাবদ্ধ কৰি ৰাখিছিল, TechCrunch-ৰ প্ৰতিবেদনটোত দাবী।

য়ুজাৰৰ ফোন নম্বৰবোৰ ৰাজহুৱা হোৱাটোৱে সেই য়ুজাৰসকলৰ বাবে স্পেম কল, ছিম-ছোৱাপিং আদিৰ দৰে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, যিটো অলপতে টুইটাৰৰ মুখ্য কাৰ্য্যবাহী বিষয়া জেক দৰ্ছিৰ ক্ষেত্ৰত হৈছিল। এনে অৱস্থাই হেকাৰক এই উজু হৈ পৰা একাউণ্টবোৰৰ পাছৱৰ্ড জোৰ কৰি সলাবলৈ সক্ষম কৰি তুলিব।

প্ৰযুক্তি সম্পৰ্কীয় ৱেবছাইটটোৱে দাবী কৰে যে গোপনীয়তাৰ ব্যৱস্থা নথকা ছাৰ্ভাৰ এটাত কেইবাটাও ডেটাবেইছত য়ুজাৰ সম্পৰ্কীয় ৪১৯ নিযুত তথ্য ৰখা হৈছিল। ইয়াৰে ১৩৩ নিযুত একাউণ্ট আমেৰিকাৰ, ৫০ মিলিয়ন ভিয়েটনামৰ আৰু ১৮ মিলিয়ন ব্ৰিটেইনৰ য়ুজাৰৰ।

ছাৰ্ভাৰটো পাছৱৰ্ডৰ দ্বাৰা সুৰক্ষিত নাছিল আৰু ইয়াৰ অৰ্থ হ’ল যিকোনো লোকেই ডেটাবেছবোৰ ঢুকি পাব পাৰে। এইবোৰ ৪ ছেপ্টেম্বৰ পৰ্য্যন্ত, যিদিনা TechCrunch-এ ছাইটটোৰ হ’ষ্টক যোগাযোগ কৰিছিল, অনলাইন হৈ আছিল।

ফেইচবুকে এই প্ৰতিবেদনটোৰ কিছু অংশৰ সত্যতাহে স্বীকাৰ কৰিছে আৰু কয় যে একাউণ্টৰ পৰিমাণ প্ৰতিবেদনটোৱে দাবী কৰাৰ প্ৰায় আধা সংখ্যকহে বুলি এই পৰ্য্যন্ত নিশ্চিত কৰা হৈছে।

এই এণ্ট্ৰিবোৰৰ বহু সংখ্যকেই নকল (duplicates) আছিল আৰু তথ্যবোৰ পুৰণি। কোনো ফেইচবুকে কোনো একাউণ্টৰ ক্ষেত্ৰতে শিথিলতা অৱলম্বন কৰাৰ প্ৰমাণ নাই বুলি ফেইচবুকৰ মুখপাত্ৰই এ এফ পিক কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd