• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰহস্যময় স্বামী! ৪০ গৰাকী পত্নীৰ স্বামী কোন এই ৰূপচান্দ? কিয় হতবাক চৰকাৰী বিষয়া?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2023 8:30 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী বা দুগৰাকী নহয়, ৪০ গৰাকীকৈ পত্নীৰ গৰাকীৰ এজন ৰহস্যময় স্বামী তথ্য পোহৰলৈ আহিছে। এই তথ্য পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে চৰকাৰী বিষয়াসকল হতবাক হৈ পৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে ৪০ গৰাকী পত্নী থকা এই ৰহস্যময় স্বামীগৰাকী হৈছে বিহাৰৰ। ৪০ পত্নীৰ ৰহস্যময় স্বামী গৰাকীৰ নাম হৈছে ৰাপচান্দ। ৰহস্যময় স্বামীগৰাকী বিহাৰৰ আৰৱাল জিলাৰ এক যৌনপল্লীৰ।

চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰা মতে বিহাৰৰ জাতিভিত্তিক লোকপিয়লৰ সময়ত এই ৰহস্যময় স্বামাগৰাকীৰ ৪০ গৰাকী পত্নী থকাৰ তথ্য পোহৰলৈ আহিছে। চৰকাৰী বিষয়াসকলৰ মতে ৪০ গৰাকী মহিলাই তেওঁলোকৰ স্বামী ৰূপচান্দৰ নাম নথিভুক্ত কৰোৱাইছে আৰু এই ৰূপচান্দ হৈছে এজন ৰহস্যময় ব্যক্তি।

Apply Now

মহিলাসকলৰ এই দাবীত আশ্বস্ত হ’ব নোৱাৰি চৰকাৰী বিষয়াসকলে তেওঁলোকৰ সন্তানসকলক পিতৃৰ নাম সোধে আৰু সন্তানসকলেও পিতৃৰ নাম ৰূপচান্দ বুলিয়েই প্ৰকাশ কৰে।

ইয়াৰ পাছতো চৰকাৰী বিষয়াসকলৰ বিশ্বাস নোহোৱাত মহিলাকেইগৰাকীৰ আধাৰ আৰু পান কাৰ্ড পৰীক্ষা কৰে আৰু তাতো তেওঁলোকৰ স্বামীৰ নাম ৰূপচান্দ বুলিয়েই লিপিৱদ্ধ আছে।

এতিয়া প্ৰশ্ন হৈছে কোন এই ৰহস্যময় স্বামী ৰূপচান্দ? ৪০ গৰাকীৰ স্বামী হোৱা এই ভাগ্যৱান ৰূপচান্দ আচলতে কোন আৰু ক’ত থাকে?

এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিষয়াসকলে এক অভিযান চলায়। এই অভিযানত পোহৰলৈ আহে যে এই ৪০ গৰাকী মহিলাই যৌনপল্লীৰ ৭ নং ৱাৰ্ডত বসবাস কৰে আৰু তেওঁলোকৰ কোনো স্থায়ী কৰ্মস্থলী নাই, যৌন কৰ্মত লিপ্ত হৈয়ে জীৱন যাপন কৰি আহিছে।

বিষয়াসকলে প্ৰকাশ কৰা মতে যৌন কৰ্মীৰূপে কৰ্মৰত এই মহিলাসকলে আধাৰ আৰু পান কাৰ্ড বনোৱাৰ সময়ত তেওঁলোকে নিজেই স্বানীৰ নাম ৰূপচান্দ লিখাৰ সিদ্ধান্ত লয়।

৪০ গৰাকী মহিলাই স্বামীৰ নাম কিয় ৰূপচান্দ বুলি লিপিৱদ্ধ কৰোৱায়? এই ৰহস্যৰ সন্ধান কৰোতে বিষয়াসকলে অন্য এক ৰহস্যভেদ কৰে। মহিলাসকলে যৌনপল্লীটোত পইচা অৰ্থাৎ টকাক ‘ৰূপচান্দ’ বুলি কয়! টকা তেওঁলোকৰ বাবে আটাইতকৈ মূল্যৱান বস্তু, সেয়ে ৪০ গৰাকী মহিলাই আধাৰ আৰু পান কাৰ্ড উলিওৱাৰ সময়ত নিজৰ স্বামীৰ নাম টকাৰ নামেৰে ‘ৰূপচান্দ’ক ব্যৱহাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd