• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁও জিলাত ৪১৯ গৰাকী লোক এইছ আই ভিত আক্ৰান্ত

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 23, 2021 11:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত  বঙাইগাঁও চহৰৰ জাহ্নৱী হোটেলৰ সভাগৃহত সাংবাদিকসকলক এইডছ ৰোগ আৰু ইয়াৰ বীজাণু সম্পৰ্কে অধিক সজাগ কৰাৰ বাবে এখন কৰ্মশালা অনুষ্ঠিত হয়।

বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্যই আদৰণি নিজৰ বক্তব্যত এইছ আই ভি কিদৰে বিয়পে , ইয়াৰ লক্ষণ আদি বিষয়সমূহ উল্লেখ কৰে৷ আনহাতে কৰ্মশালাত বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব তৰুণ দেই ২০১৭ চনৰ দ্য হিউমেন ইমিউনো ডিফিচিয়েন্সি ভাইৰাছ এণ্ড ইমিউনো ডেফিচিয়েনন্সি চিনড্ৰ’ম প্ৰিভেনছন এণ্ড কন্ট্ৰোল আইনৰ বিষয়ে বহলাই ব্যাখ্যা আগবঢ়ায়।

Apply Now

তেওঁ কয় যে এই আইনৰ মূল উদ্দেশ্য হ’ল এইডছ ৰোগীৰ মানৱ অধিকাৰ সুৰক্ষিত কৰা ৷ আইনখনে এইডছ ৰোগীৰ ক্ষেত্ৰত ভেদাভেদ পৰিহাৰ কৰা,আন ব্যক্তিসকলৰ দৰে এইডছ ৰোগীসকলেও চাকৰি, শিক্ষা আদি সকলো ক্ষেত্ৰতে সমানে অধিকাৰ লাভ কৰা, এইডছ ৰোগী এজনৰ পৰিচয় ৰাজহুৱা কৰিবলৈ বাধ্য কৰিব নোৱাৰা, এইডছ ৰোগীৰ প্ৰতি ঘৃণাৰ ভাৱ ৰাখিব নোৱাৰা আদিকে বিভিন্ন বিষয়সমূহক সামৰি লোৱা বিষয়সমূহৰ বিষয়ে উল্লেখ কৰে ৷

সেইদৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ হৰিদাস সৰকাৰে নিজৰ বক্তব্যত কয় যে অসমত এইডছ ভয়াৱহ ৰূপ ধাৰণ নকৰিলেও ইয়াৰ সংক্ৰমণ বিয়পাৰ ক্ষেত্ৰত ৰাজ্যখন স্পৰ্শকাতৰ হৈ আছে। বঙাইগাঁও জিলা স্পৰ্শকাতৰ হৈ আছে যদিও এইডছ সংক্ৰমণ ৰোধ কৰাৰ বাবে তেওঁৰ বিভাগ আৰু বেচৰকাৰী সংস্থাই কাম কৰি থকাৰ কথা ডাঃ দাসে কয়। বঙাইগাঁও জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ভূপেন বৈশ্যই সঞ্চালনা কৰা কৰ্মশালাত টাৰগেটেড ইনটাৰভেনছন প্ৰকল্পৰ আঁচনি বিষয়া ৰিয়াদ হুছেইনে তেওঁলোকে এইডছৰ বীজাণুৰ দ্বাৰা সহজে সংক্ৰমিত হ’ব পৰা লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ মাজত সংক্ৰমণটোৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ কাম অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰে।

তেওঁ আৰু কয় যে এইডছৰ দ্বাৰা সংক্ৰমিত হ’লেই লোক এজনে মৰি নাযায়, জীৱন শেষ নহয় আৰু সেয়া ভাবিব নালাগে ৷ কাৰণ এআৰটিৰ ঔষধ সেৱন কৰি বীজাণু বিধক দুৰ্বল কৰিব পৰা যায় আৰু ইয়াৰ পিছত সংক্ৰমণ বিয়পাৰ ভয় কমি যায়। 

এইছ আই ভি ডায়েবেটিছ ৰোগতকৈ কম ভয়ংকৰ, যদিহে এইডছ ৰোগীজনে নিয়মিতভাৱে এআৰটি ঔষধ গ্ৰহণ কৰি থাকে বুলিও কয় ৷ ইপিনে বঙাইগাঁও জিলাত বিগত ২০০৬ বৰ্ষৰ পৰা চলিত বৰ্ষৰ যোৱা ৩০ নৱেম্বৰলৈকে মুঠ ৪১৯ জন এইডছত সংক্ৰমিত হোৱা লোকক চিনাক্ত কৰাৰ কথা সদৰি কৰি ইন্টিগ্ৰটেড কাউন্সেলিং এণ্ড টেষ্টং চেন্টাৰৰ পৰামৰ্শদাতা ছহিদুল ইছলামে কয় যে জিলাখনত এইডছৰ পৰীক্ষা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।

জিলাখনত চিনাক্ত হোৱা এইডছ ৰোগীসকলৰ ভিতৰত ২৪৭ জন পুৰুষ, ১৭০ গৰাকী মহিলা আৰু ২ গৰাকী তৃতীয় লিংগৰ ব্যক্তি ৷ মহিলাসকলৰ ভিতৰত ৪১ গৰাকী গৰ্ভৱতী মহিলা বুলিও তেওঁ উল্লেখ কৰে ৷

সেইদৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ আই চি টি চি ডাঃ মানসপ্ৰতীম গগৈয়েও এইডছ ৰোগৰ বিভিন্ন কাৰকসমূহৰ বিষয়ে উল্লেখ কৰে ৷ কৰ্মশালাখনত জিলাখনৰ যোগীঘোপা, কোকিলা আৰু বঙাইগাঁও সদৰৰ সংবাদকৰ্মীসকল উপস্থিত আছিল। লগতে এনজিঅৰ কৰ্মীও উপস্থিত থাকে ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd