• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেৰুত প্ৰতিবাদৰ জুই : গণ আন্দোলনত নিহত ৪২ গৰাকী লোক

ৰাষ্ট্ৰপতি বোলাৰ্টে হৈছে বাওঁপন্থী দলৰ সদস্য। শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত বোলাৰ্টে কয় যে কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2023 10:58 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবাদৰ অগ্নিৰে উত্তাল পৰিছে লেতিন আমেৰিকান দেশ পেৰু। ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলি আহিছে পেৰুৰ জনগণৰ সংগ্ৰাম। এই প্ৰতিবাদত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ৪২ জন লোকে।

প্ৰতিবাদ ইমানেই তীব্ৰ হৈ উঠিছে যে ৰাজধানী লিমাকে ধৰি পেৰুৰ কেইবাখনো চহৰত আজি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। অহা ৩০ দিনৰ বাবে জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। সাধাৰণ মানুহৰ চলাচল, একে ঠাইতে গোট খোৱা আদি কথাবোৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Apply Now

উল্লেখ্য যে ডিচেম্বৰৰ আৰম্ভণিতে পেৰুত এক চৰকাৰ বিৰোধী গণ আন্দোলন আৰম্ভ হয়। এই সময়ছোৱাত একাধিক দুৰ্নীতিৰ অভিযোগৰ বাবে তেতিয়াৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয়। সম্প্ৰতি তেওঁ  আইনৰ জিম্মাত আছে।

কাষ্টিলোক ক্ষমতাচ্যুত কৰাৰ পিছত পেৰুত ডিনা বোলাৰ্টেক নতুনকৈ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত কৰা হয়। ইয়াৰ পিছৰে পৰা কাষ্টিলোৰ সমৰ্থকসকলে নতুন ভোটদান আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ডিনা বোলাৰ্টেক অপসাৰণৰ দাবী জনাই প্ৰতিবাদ গঢ়ি তুলিছে।

ৰাষ্ট্ৰপতি বোলাৰ্টে হৈছে বাওঁপন্থী দলৰ সদস্য। শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত বোলাৰ্টে কয় যে কিছুমান হিংসাত্মক, মৌলবাদী লোকে মোৰ পদত্যাগ বিচাৰিছে। সাধাৰণ মানুহক ক্ষুব্ধ কৰি তুলিছে। সমগ্ৰ দেশতে চলিছে বিশৃংখলতা আৰু ধ্বংসলীলা।  তেওঁলোকে দাবী কৰিলে বুলিয়েই মই পদত্যাগ নকৰো। পেৰুৰ প্ৰতি মোৰ এক বৃহৎ দায়িত্ব আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে প্ৰতিবাদ ইমানেই হিংসাত্মক হৈ পৰিছে যে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ৪২ জন লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰীয়ে গাড়ীসহ জীৱন্তে আৰক্ষীক জ্বলাই দিয়াৰো খবৰ প্ৰকাশ হৈছে।

বোলাৰ্টে কয় যে প্ৰতিবাদকাৰীৰ দাবী অনুসৰি সংবিধান বিধান গঠন কৰা নহয়। তেওঁৰ মতে চুবুৰীয়া দেশ চিলিয়ে নতুন সংবিধান সৃষ্টি কৰাৰ সময়ত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গতিকে আমি তেনেকুৱা অসুবিধা নিবিচাৰোঁ।

মন কৰিবলগীয়া যে শেহতীয়াকৈ পেৰুৰ ৰাজনৈতিক পৰিস্থিতি অতি অশান্ত হৈ পৰিছে। যোৱা পাঁচ বছৰৰ ভিতৰত বোলাৰ্টে হৈছে পেৰুৰ ষষ্ঠজন ৰাষ্ট্ৰপতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd