• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2025 5:22 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক “অপৰিবর্তনীয়” বুলি অভিহিত কৰি সংবিধানৰ ভেটি বুলি উল্লেখ কৰে যদিও তেওঁ স্বীকাৰ কৰে যে ১৯৭৬ চনৰ জৰুৰীকালীন অৱস্থাত ৪২ সংখ্যক সংবিধান সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত “সমাজবাদী”, “ধৰ্মনিৰপেক্ষ” আৰু ঐক্য” সংযোজিত কৰা হৈছিল, যি মূল সংবিধান খচৰা প্ৰস্তুত কৰা সময়ত সংযোজিত নাছিল।

তেওঁ স্পষ্টভাৱে কয় যে বিশ্বৰ অন্য কোনো গণতান্ত্ৰিক দেশৰ সংবিধানৰ প্ৰস্তাৱনাত এনে পৰিৱৰ্তন হোৱা নাই। লগতে তেওঁ উল্লেখ কৰে যে সংবিধান খচৰা প্ৰস্তুত প্ৰক্ৰিয়াত ড° বি.আৰ. আম্বেদকাৰে প্ৰস্তাৱনাক যথেষ্ট গুৰুত্ব দি কাম কৰিছিল। ধনখৰৰ এই বক্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ শেহতীয়া আহ্বানৰ পটভূমিতে উল্লেখ কৰে, য’ত তেওঁলোকে “সমাজবাদী” আৰু “ধৰ্মনিৰপেক্ষ” শব্দদুটাৰ ভূমিকা পুনৰ মূল্যায়ন কৰিবলৈ আহ্বান জনাইছে। RSS ৰ যুক্তি অনুসৰি, এই শব্দবোৰ জৰুৰীকালীন সময়ত সংযোজন কৰা হৈছিল আৰু ড° আম্বেদকাৰৰ মূল দৃষ্টিভংগীৰ অংশ নহয়।

Apply Now

এই আহ্বানৰ পিছতে কংগ্ৰেছসহ বিভিন্ন বিৰোধী দলে তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে ইয়াক “ৰাজনৈতিক সুবিধাবাদ” বুলি অভিহিত কৰি দাবী কৰে যে এই পদক্ষেপ ভাৰতীয় সংবিধানৰ “মূল আত্মা”ৰ ওপৰত এক ধাৰণা প্ৰসূত আক্ৰমণ।

ইপিনে, RSS ৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেৰ বক্তব্যৰ সঁহাৰি জনাই, সংঘ-সম্পৰ্কীয় এখন মুখপত্ৰই স্পষ্ট কৰি দিছে যে সংগঠনৰ উদ্দেশ্য সংবিধান ভাঙি পেলোৱা নহয়, বৰঞ্চ “মূল ভাবনা আৰু অভিপ্ৰায়” পুনৰ স্থাপন কৰাহে। তেওঁলোকে ৪২ সংখ্যক সংশোধনীৰ মাধ্যমে প্ৰস্তাৱনাত সংযোজন হোৱা শব্দসমূহক কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ যুগৰ “বিকৃতি” হিচাপে অভিহিত কৰিছে।

এই বিতৰ্কৰ প্ৰেক্ষাপটত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে RSS ৰ দৃষ্টিভংগীক সমৰ্থন জনাই  কয় যে, বহু নাগৰিকে ইতিমধ্যে এই মন্তব্যৰ সৈতে একমত।

Tags: 42ndAmendmentAmbedkarCONGRESSConstitutionalReformEmergency1976IndianConstitutionIndianPoliticsPreambleDebateRSSSecularismSocialism
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd